ETV Bharat / state

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন - চিৰাং জিলাতো পালন কৰা হয় নেতাজীৰ জন্ম দিৱস

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী ৷ ঠায়ে-ঠায়ে পতাকা উত্তোলন কৰি নেতাজীক সোঁৱৰণ কৰা হয় ৷

chirang celebration netaji day_silcahar celebration netaji day
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন!
author img

By

Published : Jan 23, 2020, 4:12 PM IST

চিৰাং,শিলচৰ 23 জানুৱাৰী : আজি ভাৰতৰ অন্যতম স্বাধীনতা সংগ্ৰামী বীৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী ৷ এই জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশবাসীৰ লগতে চিৰাং জিলাতো পালন কৰা হয় নেতাজীৰ জন্ম দিৱস ৷ বিজনী সেৱক সংঘৰ উদ্যোগত আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক সমিতিৰ সহযোগত উলহ-মালহৰে উদযাপিত কৰা হয় নেতাজীৰ জন্মদিৱস ৷ দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰি নেতাজীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয় ৷ পতাকা উত্তোলন কৰে বিশিষ্ট চিকিৎসক তথা উদযাপন সমিতিৰ সভাপতি ড' ৰতন ৰায়ে ৷

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন

অন্য এক খবৰৰ বাবে : হোজাইত গ্ৰেপ্তাৰ ডকাইত!

আনহাতে, শিলচৰতো পালন কৰা হয় নেতাজী জন্ম দিৱস ৷ নেতাজীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি শিলচৰৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাই পতাকা উত্তোলন কৰি শোভাযাত্ৰা উলিয়াই ৷ পতাকা উত্তোলন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷ ছাত্ৰ-ছাত্ৰীসকলে পেৰেড, ব্যায়াম আৰু বিভিন্ন খেলতো অংশগ্ৰহণ কৰে ৷

Intro:চিৰাঙৰ বিজনীত উলাহ-মালহৰে উদযাপিত হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্ম জয়ন্তী।

চিৰাং জিলাৰ বিজনীত সেৱক সংঘৰ উদ্যোগত আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক সমিতিৰ সহযোগত উলহ-মালহৰে উদযাপিত হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্মজয়ন্তী। কাৰ্যসূচী অনুযায়ী প্ৰথমে জাতীয় পতাকা উত্তোলন কৰে বিশিষ্ট চিকিৎসক তথা উদযাপন সমিতিৰ সভাপতি ড' ৰতন ৰায়ে, নেতাজীৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে বিজনী বিধান সভা সমষ্ঠীৰ বিধায়ক কমল সিং নাৰ্জাৰী লগতে সহযোগিতা আগবঢ়ায় বিজনী মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই,প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু কেক কাটি জন্ম দিন উদযাপনৰ শুভাৰম্ভ কৰে চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ লগতে বিজনী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা ধিৰেশ বৰ্মন,বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰহাসগিৰী বসুমাতাৰীকে ধৰি বহু সংখ্যক সমল ব্যক্তিয়ে । বিজনীৰ বহু লোকে নেতাজীৰ এঈ জন্মদিনৰ কাৰ্য্যসুচিত অংশগ্ৰহন কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ বিজনীত উলাহ-মালহৰে উদযাপিত হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্ম জয়ন্তী।

Conclusion:চিৰাঙৰ বিজনীত উলাহ-মালহৰে উদযাপিত হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্ম জয়ন্তী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.