ETV Bharat / state

বিপিএফৰ তালিকাত চতুৰ্থবাৰৰ বাবে স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই

author img

By

Published : Mar 17, 2021, 7:47 AM IST

Updated : Mar 17, 2021, 8:21 AM IST

বিপিএফয়ে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত তালিকাত চতুৰ্থবাৰৰ বাবে চিৰাঙত স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই ৷ চিৰাঙৰ ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্টিত বিপিএফয়ে চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আনন্দ মুখৰ হৈ পৰিছে চিৰাং জিলা বিপিএফৰ কাৰ্যালয় ৷

বিপিএফৰ তালিকাত চতুৰ্থবাৰৰ বাবে স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই
বিপিএফৰ তালিকাত চতুৰ্থবাৰৰ বাবে স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই

চিৰাং,17 মাৰ্চ: মঙলবাৰে বিপিএফয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷ তালিকাত চতুৰ্থবাৰৰ বাবে চিৰাঙত স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই ৷ চিৰাঙৰ ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্টিত বিপিএফয়ে চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আনন্দ মুখৰ হৈ পৰিছে চিৰাং জিলা বিপিএফৰ কাৰ্যালয় ৷ টিকট লাভৰ পাচতে প্ৰাৰ্থী গৰাকীক উষ্ম আদৰণি জনাই দলীয় সদস্য সকলে ৷

আগন্তুক বিধানসভা নিৰ্বাচনত ৭০+ আসন লাভেৰে কংগ্ৰেছ নেতৃত্বাধীন মহাযোঁটে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাৰ্থী চন্দন ব্ৰহ্মই ৷ বিজেপিয়ে যিমানেই ষ্টাৰ কেম্পেইনাৰ, ছুপাৰ ষ্টাৰ আনি প্ৰচাৰ নচলাওক কিয় বিপিএফৰ ওচৰত সাধাৰণ ভোটাৰৰ সমৰ্থন আছে বুলি প্ৰকাশ কৰি কয়, বিজেপিয়ে কোৱা ১০০+ যে মিছা সেয়া সহজেই অনুমান কৰিব পাৰি ৷

লগতে পঢ়ক: চাবুৱাত পোনাকণ বৰুৱাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

Last Updated : Mar 17, 2021, 8:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.