ETV Bharat / state

চিৰাঙত বিৰ্ছা কমাণ্ডো ফ'ৰ্চৰ শ্বহীদ দিৱস পালন - গৰুভাষাৰ ৰাৱণঘাট ফুটবল খেলপথাৰ

১৯৯৬ চনৰ ৩০ জুন তাৰিখে জন্মলাভ কৰা বিদ্ৰোহী সংগঠনটোৰ ১৯৯৮ চনৰ 20 ডিচেম্বৰতে দুজন সদস্য শ্বহীদ হৈছিল । চৰকাৰে যিহেতু বড়ো সকলৰ সমস‍্যা সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ৷ গতিকে চৰকাৰে আদিবাসীসকলৰো জনজাতিকৰণৰ লগতে অইন সমস‍্যা সমুহো সমাধান কৰাকলৈ আশাবাদী সংগঠনটোৰ নেতৃত্ব ৷

chirang-birsa-commando-swahid-day
চিৰাঙত বিৰ্ছা কমাণ্ডো ফ'ৰ্চৰ শ্বহীদ দিৱস পালন
author img

By

Published : Dec 20, 2020, 6:27 PM IST

চিৰাং, 20 ডিচেম্বৰ : চিৰাঙৰ গৰুভাষাত দেওবাৰে আদিবাসী যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠন বিৰ্ছা কমাণ্ডো ফ‘ৰ্চৰ শ্বহীদ দিৱস উদযাপন কৰা হয় । শ্বহীদ দিৱস উপলক্ষে গৰুভাষাৰ ৰাৱণঘাট ফুটবল খেলপথাৰত বিদ্ৰোহী সংগঠনটোৰ শতাধিক সদস্যৰ উপস্থিতিত পতাকা উত্তোলন কৰে সংগঠনটোৰ অধ্যক্ষ তিৰ্কু টুডু , সেনাধ্যক্ষ বাদল টুডুয়ে ৷ আনহাতে শ্বহীদ তৰ্পণ কৰে সংগঠনটোৰ উপদেষ্টা বেনেডিক্ট মুৰ্মুৱে ।

চিৰাঙত বিৰ্ছা কমাণ্ডো ফ'ৰ্চৰ শ্বহীদ দিৱস পালন

উল্লেখ্য যে, ১৯৯৬ চনৰ ৩০ জুন তাৰিখে জন্মলাভ কৰা বিদ্ৰোহী সংগঠনটোৰ ১৯৯৮ চনৰ আজিৰ দিনটোতে দুজন সদস্য শ্বহীদ হৈছিল । চৰকাৰে যিহেতু বড়ো সকলৰ সমস‍্যা সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ৷ গতিকে চৰকাৰে আদিবাসীসকলৰো জনজাতিকৰণৰ লগতে অইন সমস‍্যা সমুহো সমাধান কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৰ অধ‍্যক্ষজনে ।
লগতে পঢ়ক: ক’ত সন্ধানহীন হৈছে ডিমা হাছাওৰ একাংশ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.