ETV Bharat / state

বি পি এফত যোগদান 90 জন বিজেপি আৰু চি পি এমৰ সদস্য - ৯০ জন বিজেপী আৰু চি পি এম দলৰ সদস্য

চিৰাঙত 90 জন বিজেপি আৰু চি পি এম দলৰ সদস্যই যোগদান কৰে বি পি এফ দলত

বি পি এফত যোগদান ৯০ জন বিজেপী আৰু চি পি এম দলৰ সদস্য
author img

By

Published : Mar 29, 2019, 10:18 PM IST

চিৰাং,২৯ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰাজ্যত ইতিমধ্যেই আৰম্ভ হৈছে প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানৰ মাজতেই শুকুৰবাৰে চিৰাং জিলাৰ বিজনীত অনুস্থিত এখন সভাত বিজেপি আৰু চি.পি.এম দলৰ প্ৰায় 90 জন লোকে বি.পি.এফ.ত যোগদান কৰে । বিজনী নগৰ সমিতিৰ অধ্যক্ষ ৰমাকান্ত বসুমতাৰী আৰু বি.টি.চি.ৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য সিংহৰাম বড়োৰ ওচৰতএই সকল লোকে বি.পি.এফ.ত যোগদান কৰে । আনহাতে 26মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা এখন সভাত শতাধিক লোকে বিপিএফত যোগদান কৰিছিল । এই সন্দৰ্ভত বিজনী নগৰ সমিতিৰ অধ্যক্ষ জনে কয় - ভৱিষ্যতেও এইদৰে বিপিএফত যোগদান কাৰ্যসূচীচলিয়ে থাকিব আৰু ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণীব্ৰহ্ম বিপুল ভোটত জয়ী হ’ব বুলিও দাবী কৰে ।

বি পি এফত যোগদান 90 জন বিজেপি আৰু চি পি এমৰ সদস্য

Slug : A_Chirang_29th Mar_802_Chirang Bijni BPF joining programme_vis & byte_Abdul Maleque Ahmed. 

Send by mail. 

লোকসভা নিৰ্ব্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধিপাইছে ৰাজনৈনিক দল সমুহৰ । পিচপৰি থকা নাই বিপিএফেও । আজি চিৰাং জিলাৰ বিজনীৰ বিপিএফৰ নগৰ সমিতি কাত্য্যালয়ত অনুষ্ঠিত এক সভাত বিজেপি আৰু চিপিএম দলৰ প্ৰায় ৯০ জন লোকে বিপিএফত যোগদান কৰে । বিজনী নগৰ সমিতিৰ অধ্যক্ষ ৰমাকান্ত বসুমতাৰী আৰু বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য সিংহৰাম বড়োৰ ওচৰত এই সকল লোকে বিপিএফত যোগদান কৰে । যোৱা ২৬ মাৰ্চ তাৰিখে অনুষ্ঠিত একেধৰনৰ সভাত শতাধিক লোকে বিপিএফত যোগদান কৰিছিল। বিজনী নগৰ সমিতিৰ অধ্যক্ষ জনে কয় যে ভৱিষ্যতেও এইদৰে বিপিএফত যোগদান কাৰ্য্যসুচি চলিয়ে থাকিব আৰু ৫ নং কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম বিপুল ভোটত জয়ী হব বুলি দাবী কৰে । 

বাইট : ৰমাকান্ত বসুমতাৰী, বিজনী নগৰ সমিতিৰ অধ্যক্ষ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.