ETV Bharat / state

বিজনীত শোকাৱহ পথ দুৰ্ঘটনা নিহত 1

author img

By

Published : Jan 25, 2021, 5:46 PM IST

বিজনীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন লোক ৷ 31নং ৰাষ্ট্রীয় ঘাইপথত দ্ৰুতবেগী ট্রাকৰ খুন্দাত নিহত হয় লোকজন ৷ বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ ৷

chirang-bijni-accident-one-death
বিজনীত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1

চিৰাং, 25 জানুৱাৰী : চিৰাঙৰ বিজনীত সোমবাৰে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা । বিজনীৰ শাকতোলা কাজিৰঙা হোটেলৰ সন্মুখত 31নং ৰাষ্ট্রীয় ঘাইপথত এজন লোকক দ্ৰুতবেগী ট্রাকে মহতিয়াই থৈ যায় ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় লোকজন ৷ এই পৰ্যন্ত নিহত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ঘন কুঁৱলীৰ বাবেই এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.