ETV Bharat / state

বি টি আৰ চুক্তিয়ে অজনজাতীয় সকলৰ অধিকাৰ খৰ্ব কৰিছেঃ আক্ৰাছু

author img

By

Published : Feb 3, 2020, 5:00 PM IST

সোমবাৰে চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল ৷ বিজনী মহকুমা আক্ৰাছুৰ তৰফৰ পৰা কোচ ৰাজবংশী লোকসকলক অহা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা বিজয় উৎসৱ বৰ্জনৰ আহ্বান ৷ অন্যথা  বিহিত ব্যৱস্থা গ্ৰহণৰ ভাবুকি সংগঠনটোৰ ৷

Chirang AKRSU press meet on PM visit
চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল

চিৰাং, 3 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বিজনীত আক্ৰাছুৰ সংবাদমেল । বিজনী মহকুমা আক্ৰাছুৰ সংবাদ মেলত মহকুমা আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়ে কয় যে "যোৱা ২৭ জানুৱাৰীত বিটিচিৰ বড়োসকলক বাদ দি অইন সকলো জাতি জনগোষ্ঠীৰ লোকক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে চৰকাৰে বড়োসকলৰ সৈতে শান্তি চুক্তিৰ নামত বিটিআৰ গঠন কৰিলে । এনডিএফবিৰ চাৰিওটা গোট আৰু এবছুৰ সৈতে শান্তি চুক্তিৰ নামত ভূমিপুত্ৰ কোচ ৰাজবংশীকে আদি কৰি অন্যান্য জাতি জনগোষ্ঠীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে । নিজৰে পিতৃভূমিত আজি আমি আনৰ অধিকাৰৰ নামত শোষিত আৰু শাসিত হ'ব লাগিব ।"

চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল

আন জনগোষ্ঠীক অধিকাৰ প্ৰদানৰ নামত শাসনৰ ক্ষমতা দিয়া আৰু ইয়াৰ নামত আকৌ বিজয় উৎসৱ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছো বুলিও কয় বিজনী মহকুমা আক্ৰাছুৰ সভাপতিগৰাকীয়ে । "আমি কোচ ৰাজবংশীসকলে বিটিআৰৰ বিজয় উৎসৱ বৰ্জন কৰিছো" বুলি কোৱাৰ লগতে বিজনী মহকুমা আক্ৰাছুৰ তৰফৰ পৰা সকলো কোচ ৰাজবংশী লোকক প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা উক্ত বিজয় উৎসৱ বৰ্জনৰ আহ্বান জনায় । কোনো কোচ ৰাজবংশী লোকে যাতে উক্ত বিজয় উৎসৱত অংশগ্ৰহণ নকৰে তাৰ বাবে সকিয়াই দি কয় যে, "যিসকল লোকে উক্ত অনুষ্ঠানত যোৱা বুলি প্ৰমাণিত হ'ব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

লগতে পঢ়কঃযেতিয়া আপুনি এৱাৰ্ড লাভ কৰে, তেতিয়া সকলো ভাল লাগেঃ বিদ্যা বালান

Intro:চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল । বিটিআৰ চু্ক্তিয়ে অজনজাতীয় সকলৰ অধিকাৰ খৰ্ব কৰিছে। অহা ৭ ফেব্ৰুৱাৰী প্ৰধান মন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমনৰ বিৰোধিতা কৰি বৰ্জনৰ আহ্বান । অন্যথা বিহিত ব্যৱস্থা গ্ৰহনৰ ভাৱুকি ।

Body:আজি চিৰাং জিলাৰ বিজনীত আক্ৰাছুৰ সংবাদমেল । বিজনী আক্ৰাছু কাৰ্য্যালয়ত বিজনী মহকুমা আক্ৰাছুৰ সংবাদ মেলত মহকুমা আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়ে কয় যে যোৱা ২৭ জানুৱাৰীত বিটিচিৰ বড়ো সকলক বাদ দি অইন সকলো জাতী জনগোষ্টীৰ লোকক অন্ধকাৰত ৰাখি একপক্ষীয় ভাৱে চৰকাৰে বড়ো সকলৰ সৈতে শান্তি চুক্তিৰ নামত বিটিআৰ গঠন কৰিলে । এন ডি এফ বিৰ চাৰিওটা গোট আৰু এবছুৰ সৈতে শান্তি চুক্তিৰ নামত ভুমিপুত্ৰ কোঁচৰাজবংশীকে আদি কৰি অন্যান্য জাতী জনগোষ্টীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে । নিজৰে পিতৃভূমিত আজি আমি অইনৰ অধিকাৰৰ নামত শোষিত আৰু শাসিত হব লাগিব । অইন জনগোষ্টিক অধিকাৰ প্ৰদানৰ নামত শাসন ক্ষমতা দিয়া আৰু ইয়াৰ নামত আকৌ বিজয় উৎসৱ অনুষ্টিত কৰাৰ বিৰোধিতা কৰিছো বুলি কয় সংবাদমেলত। আমি কোঁচ ৰাজবংশী সকলে উক্ত বিজয় উৎসৱ বৰ্জন কৰিছো বুলি কোৱাৰ লগতে কয় যে বিজনী মহকুমা আক্ৰাছুৰ তৰফৰ পৰা সকলো কোঁচৰাজবংশী লোকক প্ৰধান মন্ত্ৰীৰ উপস্থিতিত অনুষ্টিত কৰা উক্ত বিজয় উৎসৱ বৰ্জনৰ আহ্বান জনায় । গতিকে কোনো কোঁচ ৰাজবংশী লোকে যাতে উক্ত বিজয় উৎসৱত অংশগ্ৰহন নকৰে তাৰ বাবে সকিয়াই দি কয় যে যি সকল লোকে উক্ত অনুষ্টানত যোৱা বুলি প্ৰমানিত হব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰা হব বুলিও জনায় ।

Conclusion:বিজনী মহকুমা আক্ৰাছুৰ এই সংবাদমেলত সভাপতি মনোজ কুমাৰ ৰায়,সম্পাদক জগন্নাথ বৰ্মন আৰু সংগঠনিক সম্পাদক কুলজিত দাস উপস্থিত থকা সংবাদ মেলত উগ্ৰপন্থি সংগঠন এন ডি এফ বিৰে শান্তি চুক্তিৰ নামত অন্যান্য জাতী জনগোষ্টীৰ সকলো অধিকাৰ খৰ্ব কৰি কমতাপুৰ অঞ্চলত কোচৰাজবংশী সকলক শোষিত কৰাৰ তিব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হয় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.