ETV Bharat / state

চিৰাঙত অবড়ো সুৰক্ষা সমিতিৰ বিটিআৰ সন্দৰ্ভত সজাগতা সভা - abodo surakshya samiti

অবড়ো লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে বিটিআৰ চুক্তি আৰু ট্ৰাইবেল বেল্ট ও ব্লকৰ মাটিত উচ্ছেদ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় অবড়ো সুৰক্ষা সমিতিৰ বিজনী পৰিষদে ৷

chirang abodo meeting on btr
চিৰাঙত অবড়ো সুৰক্ষা সমিতিৰ সজাগতা সভা
author img

By

Published : Feb 3, 2020, 8:16 PM IST

চিৰাং,3 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ফেনচি বজাৰত অবড়ো সুৰক্ষা সমিতিৰ সজাগতা সভা ৷ অবড়ো সুৰক্ষা সমিতিৰ নেতা উমাচৰণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত উদ্ধোধনী ভাষণ দিয়ে অবড়ো সুৰক্ষা সমিতিৰ বিজনী জিলা সম্পাদক আব্দুল আজিজে ৷ তেওঁ কয় যে " বিটিচিৰ ৭৩ শতাংশ অবড়ো লোক আজি সজাগ হ'ব লাগিব এক পক্ষীয় ভাৱে চৰকাৰে কৰা বিটিআৰ চুক্তি আৰু ট্ৰাইবেল বেল্ট ও ব্লকৰ মাটিত উচ্ছেদ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । এই সজাগতা সভাত বজালী জিলাৰ জমিয়ত উলামাৰ সভাপতি মৌলানা শ্বাহ আলমে কয় য'ত ৭০% অবড়ো ৰাইজে বসবাস কৰি আছে সেয়া কেনেকৈ বিটিআৰ হ'ব পাৰে, ৩০% বড়ো ৰাইজে ৰাজত্ব কৰিব ৰাজ্যত সেইটো কেতিয়াও মানি লোৱা নহয় ৷"

চিৰাঙত অবড়ো সুৰক্ষা সমিতিৰ সজাগতা সভা

লগতে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন সম্পাদক জোন দাসে কয় যে, "এনডিএফবিৰে শান্তি চুক্তি স্বাক্ষৰ কৰিলে যিসকলে উগ্ৰপন্থী হৈ থাকোতে শ-শ মানুহ মাৰিলে, তেওঁলোকৰ কাৰণে একো নাই আৰু যি এনডিএফবিয়ে এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দিন দুপৰত হত্যা কৰিলে সেই উগ্ৰপন্থীক ৫ লাখ টকা দিব বিচাৰিছে চৰকাৰে । গতিকে এয়া কেনেধৰণৰ গণতান্ত্ৰিক দেশ বুলিও প্ৰশ্ন কৰে। "মুঠতে এই ধৰণৰ অন্যায় মানি লোৱা ধৰনৰ হ'বই নোৱাৰে । আমি অসমীয়া, অসমীয়া হৈ থাকিম আৰু অন্যায়ৰ প্ৰতিবাদ কৰি যাম বুলি হুংকাৰ দিয়ে অবড়ো সমিতিৰ প্ৰাক্তন সম্পাদকজনে ৷

শেহতীয়াকৈ চৰকাৰে বড়োসকলৰ সৈতে কৰা তৃতীয়খন চুক্তিৰ বিৰোধিতাৰে ধাৰাবাহিকভাৱে অবড়ো সুৰক্ষা সমিতিয়ে আন্দোলন কৰি আছে আৰু ইয়াৰ অংশ হিচাপে গ্ৰামাঞ্চলৰ লোকসকলক বিটিআৰ চুক্তি তথা ইয়াৰ অবড়ো লোকসকলৰ সকলোধৰণৰ অধিকাৰ খৰ্ব কৰা সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰে এই ধৰণৰ সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃবি টি আৰ চুক্তিয়ে অজনজাতীয় সকলৰ অধিকাৰ খৰ্ব কৰিছেঃ আক্ৰাছু

Intro:চিৰাঙৰ পানবাৰীত অবড়ো সুৰক্ষা সমিতিৰ বিটিআৰ চুক্তি আৰু ট্ৰাইবেল বেল্ট ব্লক উচ্ছেদ সন্দৰ্ভত সজাগতা সভা ।

Body:চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ফেনচি বজাৰত অবড়ো সুৰক্ষা সমিতিৰ সজাগতা। অবড়ো সুৰক্ষা সমিতিৰ নেতা উমা চৰন চৌধুৰীৰ সভাপতিত্বত অনুষ্টিত এই সজাগতা সভাত উদ্ধোধনি ভাষন দিয়ে অবড়ো সুৰক্ষা সমিতিৰ বিজনী জিলা সম্পাদক আব্দুল আজিজে কয় যে বিটিচিৰ ৭৩ শতাংশ অবড়ো লোক আজি সজাগ হব লাগিব এক পক্ষীয় ভাৱে চৰকাৰে কৰা বিটিআৰ চুক্তি আৰু ট্ৰাইবেল বেল্ট ও ব্লকৰ মাটিত উচ্ছেদ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । এই সজাগতা সভাত বজালী জিলাৰ জমিয়ত উলামাৰ সভাপতি মৌ: শাহ আলমে কয় যত ৭০% অবড়ো ৰাইজে বসবাস কৰি আছে সেইটো কেনেকৈ বিটিআৰ হব পাৰে ৩০% বড়ো ৰাইজে ৰাজত্ব কৰিব ৰাজ্যত সেইটো কেতিয়াও মানি লোৱা নহয় । অবড়ো সুৰক্ষা সমিতিৰ প্ৰাক্তন সম্পাদক জোন দাস NDFB শান্তি চুক্তি স্বাক্ষৰ কৰি উগ্ৰপন্থী হৈ শ শ মানুহ মাৰিলে তেওঁলোকৰ কাৰণে একো নাই আৰু যি NDFB চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ফেনচি বজাৰত অবড়ো সমিতিৰ এখন সজাগতা সভা অনুষ্ঠিত হয় ওমা চৰন চৌধুৰী সভাপতিত্বত উদ্দেশ্য ব্যাখ্যা কৰে বিজনী জিলা সমিতিৰ সম্পাদক আব্দুল আজিজ BTR আৰু বিটিচি ট্ৰাইবেল বেল্ট ও ব্লকৰ মাটি বেদখল মুক্ত কৰি দিয়া উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াকলৈ এই খন সভা অনুষ্ঠিত হয় ।সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বজালী জিলাৰ জমিয়ত উলামাৰ সভাপতি মৌ: শাহ আলম কয় যত ৭০% অবড়ো ৰাইজে বসবাস কৰি আছে সেইটো কেনেকৈ বিটি আৰ হৱ পাৰে ৩০% বড়ো ৰাইজে কৰিব ৰাজ্যত সেইটো কেতিয়াও মানি লোৱা নহয় বুলি কয়। অবড়ো সমিতিৰ প্ৰাক্তন সম্পাদক জোন দাসে কয় যে এন ডি এফ বিৰে শান্তি চুক্তি স্বাক্ষৰ কৰিলে যি সকলে উগ্ৰপন্থী হৈ শ শ মানুহ মাৰিলে তেওঁলোকৰ কাৰণে একো নাই আৰু যি এন ডি এফ বিয়ে এবিএমছুৰ সভাপতি লাফিকুল ইছালামক দিন দুপৰত হত্যা কৰিলে সেই উগ্ৰপন্থীক ৫ লাখ টকা দিব বিচাৰিছে চৰকাৰে । গতিকে এয়া কেনে ধৰনৰ গণতান্ত্ৰিক দেশ বুলিও প্ৰশ্ন কৰে। মুঠতে এই ধৰনৰ অন্যায় মানি লোৱা ধৰনৰ হবই নোৱাৰে । আমি অসমীয়া অসমীয়া হৈ থাকিম আৰু অন্যায়ৰ প্ৰতিবাদ কৰি যাম ।

বাইট : জোন দাস , অবড়ো নেতা ।

(ফাইল ১ RTU কৰি দিছো ) বাকী সমুহ প্ৰয়োজন হলে লব )

Conclusion:শেষতীয়াকৈ চৰকাৰে বড়ো সকলৰ সৈতে কৰা তৃতিয়খন চুক্তিৰ বিৰোধিতাৰে ধাৰাবাহিক ভাৱে অবড়ো সুৰক্ষা সমিতিয়ে আন্দোলন কৰি আছে আৰু ইয়াৰ অংশ হিচাবে গ্ৰামাঞ্চলৰ লোক সকলক বিটিআৰ চুক্তি তথা ইয়াৰ অবড়ো লোক সকলৰ সকলো ধৰনৰ অধিকাৰ খৰ্ব কৰা সন্দৰ্ভত সজাগতাৰ সৃষ্টীৰে এই ধৰনৰ সভা অনুষ্টিত কৰা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.