ETV Bharat / state

বঙাইগাঁৱত কেন্দ্ৰীয় বীৰ চিলাৰায় দিৱস : ভোগেশ্বৰ বৰুৱাক প্ৰদান 2019 বৰ্ষৰ "বীৰ চিলাৰায় বঁটা"

বঙাইগাঁৱত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱস উদযাপন । বঙাইগাঁও আইটিআই পথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসন আৰু কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় বীৰ চিলাৰায় দিৱস ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰবীন ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰে ২০১৯ চনৰ "বীৰ চিলাৰায় বঁটা" ।

author img

By

Published : Feb 9, 2020, 8:24 PM IST

বঙাইগাঁও
বঙাইগাঁৱত কেন্দ্ৰীভাৱে উদযাপন চিলাৰায় দিৱস, ভোগেশ্বৰ বৰুৱাক প্ৰদান "বীৰ চিলাৰায় বঁটা"

বঙাইগাঁও, 9 ফেব্ৰুৱাৰীঃ বঙাইগাঁৱত কেন্দ্ৰীয়ভাৱে চিলাৰায় দিৱস উদযাপন । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত বীৰ চিলাৰায় দিৱস ৷ বঙাইগাঁও আইটিআই পথাৰত বঙাইগাঁও জিলা প্ৰশাসন আৰু কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠান ।

বীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকে ক্ৰমে ফণীভূষন চৌধুৰী, চন্দন ব্ৰহ্ম আৰু নৱ কুমাৰ দলে, অনন্ত কুমাৰ মালো, অশোক সিংঘী আৰু অস্বিনী ৰায় লগতে অসম চৰকাৰৰ বিভিন্ন বিষয়া কৰ্মচাৰী আৰু প্ৰায় পাঁচ সহশ্ৰাধিক লোকে ৷ আনহাতে, অনুষ্ঠানত সোণোৱালে প্ৰবীন ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাক ২০১৯ চনৰ "বীৰ চিলাৰায় বঁটা প্ৰদান কৰে । তাৰ পাচতে উন্মোচন কৰে চিলাৰায় দিৱসৰ স্মৰনিকা ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে চিলাৰায়ৰ আদৰ্শৰে অনুপ্ৰানিত হৈ কোঁচ ৰাজবংশীসকলক ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ পোষকতা কৰে । তেওঁ নৱ প্ৰজন্মক উচ্চ শিক্ষাৰে সমাজখনক গঢ় দিবলৈ অধিক গুৰুত্ব প্ৰদান কৰে । এমাহৰ ভিতৰতে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি কোৱাৰ লগতে বঙাইগাঁও কলেজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাচ স্থাপনৰ ইংগিত দিয়ে সোণোৱালে ।

আৰু পঢ়কঃ হোমেন বৰগোহাঞি আৰু সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ বঁটা

Intro:বঙাইগাঁওত কেন্দ্ৰীয় ভাৱে চিলাৰায় দিৱস উদযাপন । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ‍্যোগত কেন্দ্ৰীয় ভাৱে আয়োজিত বীৰ চিলাৰায় দিৱস এই বাৰ বঙাইগাঁও আইটিআই পথাৰত বঙাইগাঁও জিলা প্ৰশাসন আৰু কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আয়োজন কৰে । মুখ‍্যমন্ত্ৰী য়ে প্ৰবীন ক্ৰীড়া বিদ অৰ্জুন ভগেশ্বৰ বৰুৱাক ২০১৯ চনৰ বীৰ চিলাৰায় বটা প্ৰদান কৰে ।

Body:বঙাইগাঁওত কেন্দ্ৰীয় ভাৱে চিলাৰায় দিৱস উদযাপন । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ‍্যোগত কেন্দ্ৰীয় ভাৱে আয়োজিত বীৰ চিলাৰায় দিৱস এই বাৰ বঙাইগাঁও আইটিআই পথাৰত বঙাইগাঁও জিলা প্ৰশাসন আৰু কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আয়োজন কৰে । আজি বীৰ চিলাৰায়ৰ ৫১০ সংখ‍্যক জন্ম দিনত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল সহ তিনিজনকৈ মন্ত্ৰী ক্ৰমে ফণীভূষন চৌধুৰী,চন্দন ব্ৰহ্ম আৰু নৱ কুমাৰ দলে আৰু তিনিজন বিধায়ক ক্ৰমে অনন্ত কুমাৰ মালো,অশোক সিঙ্ঘী আৰু অস্বিনী ৰায় উপস্থিত থকাৰ উপৰি অসম চৰকাৰৰ বিভিন্ন বিষয়া কৰ্মচাৰী সকলৰ লগতে প্ৰায় পাঁচ সহশ্ৰাধিক লোকে অংশগ্ৰহন কৰে ।
অনুষ্টানত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰবীন ক্ৰীড়া বিদ অৰ্জুন ভগেশ্বৰ বৰুৱাক ২০১৯ চনৰ বীৰ চিলাৰায় বটা প্ৰদান কৰে । তাৰ পিচতে চিলাৰায় দিৱসৰ স্মৰনিকা উন্মোচন কৰে ।
মুখ‍্যমন্ত্ৰীয়ে চিলাৰায়ৰ আদৰ্শৰে অনুপ্ৰানিত হৈ কোঁচ ৰাজবংশী সকলক ঐক‍্যবদ্ধ সংগ্ৰাম কৰাৰ পোষকতা কৰে । তেওঁ নৱ প্ৰজন্মক উচ্চ শিক্ষাৰে সমাজখনক গঢ় দিবলৈ অধিক গুৰুত্ব প্ৰদান কৰে । এমাহৰ ভিতৰতে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হব বুলি কোৱাৰ লগতে বঙাইগাঁও কলেজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাচ স্থাপনৰ ইংগিত দিয়ে । সভাত উপস্থিত তিনিওজন মন্ত্ৰীয়ে ভাষন দিয়ে ।

বাইট : মুখ‍্যমন্ত্ৰী ।

Conclusion:আজি বীৰ চিলাৰায় ৰ ৫১০ সংখ‍্যক জন্মদিন বঙাইগাঁও ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে অনুষ্ঠিত কৰি বঙাইগাঁও জিলাৰ শিক্ষাৰ দিশত এক নতুন দিগন্তৰ সুচনা কৰিলে কাৰন বিশ্ববিদ‍্যালয়ৰ নতুন কেম্পাচ এটি অহাৰ ইংগিত প্ৰদান কৰে মুখ‍্যমন্ত্ৰীয়ে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.