ETV Bharat / state

ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাত বিক্ৰী কৰিবঃ চন্দন ব্ৰহ্ম - চন্দন ব্ৰহ্ম

বিপিএফৰ প্ৰাৰ্থী গৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান চন্দন ব্ৰহ্মৰ ৷ ইউ পি পি এল দলৰ মঙলদৈ লোক সভা সমষ্টিৰ প্ৰাৰ্থী জনক বিজেপি বা কংগ্ৰেছৰ ওচৰত ১০ কোটি টকাত বিক্ৰীৰ চেষ্টা কৰি থকা বুলি এবছু সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীজনে ।

ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাত বিক্ৰী কৰিবঃ চন্দন ব্ৰহ্ম
author img

By

Published : Apr 12, 2019, 12:11 AM IST

চিৰাং, ১১ এপ্ৰিলঃ এবছু সভাপতি প্ৰমোদ বড়োই ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাৰ বিনিময়ত বিক্ৰীৰ বাবে গ্ৰাহক বিচাৰি থকা বুলি মন্তব্য চন্দন ব্ৰহ্মৰ । চিৰাংত প্ৰমীলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী সভাত কলে চন্দন ব্ৰহ্মই ।

ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাত বিক্ৰী কৰিবঃ চন্দন ব্ৰহ্ম

ইউ পি পি এল দলৰ মঙলদৈ লোক সভা সমষ্টিৰ প্ৰাৰ্থী জনক বিজেপি বা কংগ্ৰেছৰ ওচৰত ১০ কোটি টকাত বিক্ৰীৰ চেষ্টা কৰি থকা বুলি এবছু সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীজনে । প্ৰতি বছৰেই ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনত হাৰে আৰু দলৰ নাম সলনি কৰি গৈ থাকে বুলি কটাক্ষ কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই লগতে প্ৰমোদ বড়োক সভাপতি নহয়, বেপাৰী বুলি মন্তব্য কৰে ।

Slug : A_Chirang_11th Apr_807 to 811_Chirang BPF candidate campaign_vis & byt_Abdul Maleque Ahmed. 

Send by ftp. 

এবছু সভাপতি প্ৰমোদ বড়ো মঙ্গলদৈ লোকসভা সমষ্ঠীৰ ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাৰ বিনিময়ত বিক্ৰীৰ বাবে গ্ৰাহক বিচাৰী আছে__চন্দন ব্ৰহ্ম।

চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত কয়লা ময়লা বজাৰৰ প্ৰেক্ষাগৃহত বিপিএফৰ নিৰ্ব্বাচনী জনসমাৱেশ। উক্ত সভা আঁত ধৰি বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহি সদস্য  জেমচ বসুমতাৰীয়ে কয় নিৰ্বাচনৰ পিছতে আই নদীৰ ওপৰত আইপোৱালীত ৪৪ কোটি টকা ব্যায় সাপেক্ষে পকী দলং নিৰ্মান কৰিব বুলি অৱগত কৰে। তেওঁ সকলো লোকৰ বিপুল ভোটত বিপিএফৰ প্ৰাৰ্থী জনক বিজয় কৰাৰ আহ্বান জনায় । 
সভাত উপস্থিত থাকি মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে 
অইন কোনো জনগোষ্ঠীৰ লোকে ইউ পি পি এল দলক ভোট নিদিব ।  "বড়লেণ্ড"ৰ নামটো ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই তেওঁলোকৰ দলৰ আগত নলয় । প্ৰতি বছৰেই নিৰ্ব্বাচনত হাৰে আৰু দলৰ নাম সলনি কৰি গৈ থাকে বুলি কয় মন্ত্ৰী চন্দন ব্ৰহ্মই । মন্ত্ৰী জনে আৰু কয় যে ইউ পি পি এল দলৰ মঙলদৈ লোক সভা সমষ্ঠীৰ প্ৰাৰ্থী জনক বিজেপি/ কংগ্ৰেছৰ ওচৰত ১০ কোটী টকাত বিক্ৰীৰ চেষ্টা কৰি আছে এবছু সভাপতি প্ৰমোদ বড়োয়ে । এই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী জনে । তেওঁ এবছু সভাপতি প্ৰমোদ বড়োক সভাপতি নহয় বেপাৰী বুলিহে কয় । ইউ পি পি এল দলৰ নামটো লৈয়ো পেংলাই কৰে মন্ত্ৰী জনে । বিপিএফ দলৰ প্রার্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ এইবেলী বিজয় নিশ্চিত বুলি ৰাইজৰ  উদ্দেশ্য ভাষণত কয় প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম।
   আজি কয়লা ময়লা বজাৰ প্ৰেক্ষাগৃহত বিপিএফ দলে বৃহস্পতিবাৰে প্ৰায় দেৰ হেজাৰ  বিপিএফৰ সমৰ্থকৈ আগন্তুক লোকসভা নিৰ্নিব্বাচন উপলক্ষে আয়োজিত এই প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰি বিপিএফ দলৰ পৰা প্ৰক্ষেপিত ৫নং কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম, মন্ত্ৰী চন্দন ব্ৰহ্মকে ধৰি দলটোৰ কেবাজনো নেতা উপস্থিত থাকে । উক্ত জনসমাৱেশত 22 জন  কৈ বিভিন্ন দলৰ ব্যক্তিয়ে বিপিএফত  যোগদান কৰে। ভাৰত-ভূটান সীমান্তৰ এই অঞ্চলত যোৱা পৰহি ইউ পি পি এল দলে অনুষ্ঠিত কৰিছিল নিৰ্ব্বাচনি সভা যত দেখিবলৈ পোৱা গৈছিল প্ৰায় দহ হেজাৰ লোকৰ সমাগন । 

বাইট : চন্দন ব্ৰহ্ম, মন্ত্ৰী । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.