ETV Bharat / state

আৰ টি আই কৰাৰ বাবে বাতিল হ'ল দোকানৰ পঞ্জীয়ন !

author img

By

Published : Jun 19, 2019, 3:48 PM IST

ৰাজহুৱা যোগান ব্যৱস্থাত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য বিচাৰি অখিল চন্দ্ৰ ৰায়ে আৰ টি আই কৰাৰ বাবেই আক্ৰোশমূলকভাৱে বানী ৰায়ৰ নামত থকা সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন কৰ্তন কৰি যোগান বিভাগে অন্য লোকৰ নামত সংযোগ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে অখিল চন্দ্ৰ ৰায়ে ।

ৰাজহুৱা যোগান ব্যৱস্থাৰ বিতৰনৰ সুলভ মূল্যৰৰ দোকানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বঙাইগাঁও, 19 জুনঃ যোগান মন্ত্ৰীৰ গৃহ চহৰ বঙাইগাঁওত ৰাজহুৱা যোগান ব্যৱস্থাত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ দুৰ্নীতিৰ তথ্য বিচাৰি আৰ টি আই কৰাৰ বাবেই সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন কৰ্তন ৷ সুলভ মুল্যৰ দোকানী এজনে সংবাদ মেল যোগে ৰাজহুৱা কৰে এই দুৰ্নীতিৰ তথ্য৷ বুধবাৰে বঙাইগাঁও প্ৰেচ ক্লাৱত আয়োজিত এক সংবাদ মেলত সুলভ মূল্যৰ দোকানী অখিল চন্দ্ৰ ৰায় আৰু কন্যা সোমা ৰায়ে সুলভ মূল্যৰ দোকানীসকলৰ ভিতৰচ'ৰাত চলি থকা দুৰ্নীতিৰ বহু তথ্য ৰাজহুৱা কৰে ।

ৰাজহুৱা যোগান ব্যৱস্থাৰ বিতৰনৰ সুলভ মূল্যৰৰ দোকানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰাজহুৱা যোগান ব্যৱস্থাত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য বিচাৰি অখিল চন্দ্ৰ ৰায়ে আৰ টি আই কৰাৰ বাবেই আক্ৰোশমূলকভাৱে বানী ৰায়ৰ নামত থকা সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন কৰ্তন কৰি যোগান বিভাগে অন্য লোকৰ নামত সংযোগ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে অখিল চন্দ্ৰ ৰায়ে । বঙাইগাঁৱৰ চাৰিখন সুলভ মূল্যৰ দোকান অবৈধ ভাৱে বিক্ৰী কৰি অন্য লোকৰ নামত নতুনকৈ পঞ্জীয়ন কৰাৰো অভিযোগ উঠাইছে অখিল চন্দ্ৰ ৰায়ে । বৰ্তমান ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে অখিল চন্দ্ৰ ৰায়ৰ পৰিয়ালে৷

Intro:বঙাইগাঁও জিলাত ৰাজহুৱা যোগান ব‍্যৱস্থাৰ বিতৰনৰ সুলভ মুল‍্যৰ দোকানৰ নামত ব‍্যাপক দুৰ্নিতি। যোগান মন্ত্ৰীৰ গৃহচহৰত সংঘটিত হৈছে এই দূৰ্নিতি ‌।

Body:যোগান মন্ত্ৰীৰ গৃহ চহৰ বঙাইগাঁওত ৰাজহুৱা যোগান ব‍্যৱস্থাৰ সুলভ মুল‍্যৰ দোকানৰ নামত ব‍্যাপক দুৰ্নীতিৰ তথ‍্য ফাদিল ‌। সুলভ মুল‍্যৰ দোকানী এজনে সংবাদ মেল যোগে ৰাজহুৱা কৰে এই দুৰ্নিতি । আজি গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত আয়োজিত এক সংবাদ মেলত বঙাইগাঁও ৯ নং ৱাৰ্ডৰ সূলভ মুল‍্যৰ দোকানি বানী ৰায়ৰ স্বামী অখিল চন্দ্ৰ ৰায় আৰু কন‍্যা সোমা ৰায় (তপাদাৰ)য়ে বিতং তথ‍্য ৰাজহুৱা কৰে । বঙাইগাঁওৰ ৰাজহুৱা যোগান ব‍্যৱস্থাত সংঘটিত হোৱা দুৰ্নিতিৰ তথ‍্য বিচাৰি আৰ টি আই কৰাৰ বাবেই আক্ৰোসমুলক ভাৱে বানী ৰায়ৰ নামত থকা সুলভ মূল‍্যৰ দোকানৰ পঞ্জিয়ন কৰ্তন কৰি অইনৰ নামত সংযোগ দিছে । যোৱা ৭/৬/১৯ তাৰিখে জিলা উপায়ুক্তৰ কাৰ্যালয় ৰ পৰা নিলম্বনৰ জাননী দিছিল। ন‍্যায় বিচাৰি গুৱাহাটী উচ্চ ন‍্যায়ালয়ত গোচৰ তৰিছে ।
বঙাইগাঁওৰ চাৰিটাকৈ সুলভ মুল‍্যৰ দোকান অবৈধ ভাৱে বিক্ৰী কৰি অইনৰ নামত নতুন কৈ পঞ্জিয়ন কৰিছে। যি সময়ত নতুন দোকানৰ বাবে চৰকাৰী কোনো অনুমতি নাছিল ।

বাইট : অখিল চন্দ্ৰ ৰায়।

Conclusion:অতি শীঘ্ৰে বঙাইগাঁও ৰ যোগান বিভাগৰ দুৰ্নীতিৰ তদন্ত তথা হস্থক্ষেপ বিচাৰি ছে মুখ‍্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.