ETV Bharat / state

বঙাইগাঁৱত অইলৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

অইলৰ উচ্চ পদস্থ বিষয়াৰ লগতে উপস্থিত পাঁচজন চিকিৎসক ।

বঙাইগাঁৱত অইলৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ
author img

By

Published : Mar 15, 2019, 3:31 PM IST

বঙাইগাঁও,১৫ মাৰ্চঃ শুকুৰবাৰেবঙাইগাঁও জিলাৰদোলাইগাঁও উজানপাৰা প্ৰাথমিক বিদ্যালয়ত অইল ইণ্ডিয়া লিমিটেডে বিনামূলীয়া মেডিকেল কেম্পৰ আয়োজন কৰে । এই মেডিকেল কেম্পত অইলৰ ডিজিএম অপাৰেচন পিছিক্স বিপুল ডেকা, জিএম অপাৰেচন সন্দিপ গোস্বামী, ডিজিএম দিপাঙ্কৰ ভট্টাচাৰ্য সহ পাঁচজনকৈ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় । এই বতৰত হ'ব পৰা বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় আৰু বিনামূলীয়া ঔষধ বিতৰণকৰে । শিক্ষাৰ এটা অংশ হিচাপেস্বাস্থ্য সজাগতাও কৰে অইলে । বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু স্থানীয় লোকে এই চিকিৎসা সেৱা গ্ৰহণকৰে । উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডে আগবঢ়োৱা এই স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণকৰে প্ৰায় এহেজাৰ জন লোকে ।

Slug : A_Chirang_15th_Mar_805 to 807_Bongaigaon_OIL_medical_camp_at_School_viz_&_byte_Abdul_Maleque_Ahmed. 

Viz  Send by ftp. 

আজি বঙাইগাঁও জিলাৰ বঙাইগাঁওৰ দোলাইগাঁও উজানপাৰা প্ৰাথমিক বিদ্যালয়ত অইল ইণ্ডীয়া লিমিটেডে বিনামুলীয়া মেডিকেল কেম্পৰ আয়োজন কৰে ।  এই মেডিকেল কেম্পত অইলৰ ডিজিএম অপাৰেচন পিছিক্স বিপুল ডেকা, জিএম অপাৰেচন সন্দিপ গোস্বামী,ডিজিএম দিপাঙ্কৰ ভট্টাচাৰ্য সহ পাঁচজনকৈ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় । এই বতৰত হব পৰা বিভিন্ন ৰোগৰ বিনামুলীয়া চিকিৎসা সেৱা আগবঢ়ায় আৰু বিনামুলীয়া ঔষধ বিতৰন কৰে । শিক্ষাৰ এটা অংশ হিচাবে স্বাস্থ্য সজাগতাও কৰে অইলে । বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু স্থনীয় লোকে এই চিকিৎসা সেৱা গ্ৰহন কৰে । মুঠতে অইল ইণ্ডিয়া লিমিটেডে আগবঢ়োৱা এই স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহন কৰে প্ৰায় এহেজাৰ জন লোকে । 

বাইট : দুটা দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.