ETV Bharat / state

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন - অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তী

আন আন জিলাৰ লগতে বঙাইগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ২০০ গৰাকী ক'ভিড যোদ্ধাক প্ৰদান কৰা হ'ব এই ভেকচিন ৷

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন
বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন
author img

By

Published : Jan 17, 2021, 8:09 AM IST

বঙাইগাঁও, 17 জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ অসামৰিক চিকিৎসালয়ত প্ৰদান কৰা হৈছে এই ভেকচিন ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ২০০ গৰাকী ক'ভিড যোদ্ধাক প্ৰদান কৰা হ'ব যদিও, শনিবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শুভাৰম্ভ কৰে ভেকচিন প্ৰদান কাৰ্যসূচী ৷

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন
বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন

উল্লেখ্য যে, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তীয়ে প্ৰথমে এই ভেকচিন গ্ৰহণ কৰি ভেকচিন প্ৰদানৰ এই কাৰ্যসূচী উদ্ধোধন কৰে ৷ উদ্ধোধনী অনুস্থানত জিলা উপায়ুক্ত ডাঃএম এছ লক্ষীপ্ৰিয়া উপস্থিত থাকে

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন
বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন

লগতে পঢ়ক: হাফলঙত আৰম্ভ কৰা হ’ল ক’ভিশ্বিল্ড প্ৰতিষেধকৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.