ETV Bharat / state

চিৰাঙত উদযাপন বড়োলেণ্ড আন্ধোলন দিৱস - এবছু

চিৰাঙত উদযাপন বড়োলেণ্ড আন্ধোলন দিৱস । এবছুৰ প্ৰতিটো আঞ্চলিক সমিতিত বাইক ৰেলী,চাইকেল ৰেলীৰ আয়োজন কৰে বড়োলেণ্ড আন্ধোলন দিৱসত । ৰেলীৰ জড়িয়তে বিটিআৰ চুক্তিৰ আদৰনি জনাই এবছুৱে ।

বড়োলেণ্ড আন্ধোলন দিৱস
চিৰাঙত উদযাপন বড়োলেণ্ড আন্ধোলন দিৱস
author img

By

Published : Mar 2, 2020, 5:12 PM IST

চিৰাং, 2 মাৰ্চঃ সোমবাৰে বড়োলেণ্ড আন্দোলন দিৱস উপলক্ষে এবছুৰ বাইক ৰেলী। বিগত ১৯৮৭ চনৰ আজিৰ তাৰিখৰ পৰাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়োলেণ্ড আন্দোলনৰ সূচনা কৰিছিল । সেয়ে আজি তথা 2 মাৰ্চৰ দিনটোতে বড়োলেণ্ড আন্দোলন দিৱস হিচাপে উদযাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থা এবছুয়ে। চিৰাং জিলাৰ অন্তৰ্গত মুঠ সাতটা আঞ্চলিক সমিতিয়ে পৃথকে পৃথকে বাইক ৰেলী,চাইকেল ৰেলী উলিয়াই বিটিআৰ চুক্তিৰ স্বাগতম জনায় । যিহেতু বিটিআৰ চুক্তিৰ পিচত বড়োলেণ্ড আন্দোলন স্থিমিত হৈছে সেয়ে আজিৰ এই বড়োলেণ্ড আন্দোলন দিৱসটো বিটিআৰ স্বাগতম দিৱস হিচাপে উদযাপন কৰে এবছুয়ে ।

চিৰাঙত উদযাপন বড়োলেণ্ড আন্ধোলন দিৱস

আনহাতে,বিজনী আঞ্চলিক এবছু কাৰ্যালয়ৰ পৰা ওলোৱা বাইক ৰেলীত এবছুৰ কেন্দ্ৰীয় সম্পাদক ফনিন বড়োয়ে পতকা জোকাৰি বাইকৰেলীৰ শুভাৰম্ভ কৰে ।

আৰু পঢ়কঃ কিয় বিধানসভাৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক শ্বেৰমান আলী আহমেদক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.