ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ ফোপোলা স্বৰূপ - চিৰাং

ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় 8 ৰ পৰা 10 হাজাৰ লোকৰ যাতায়াতৰ পথছোৱা নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা ব্ৰিগেডে ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ ফোপোলা স্বৰূপ
author img

By

Published : May 19, 2019, 4:18 PM IST

চিৰাং, 19 মেঃ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টি তথা 31 নং চিদলী(জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ দুৰাৱস্থা ৷ স্থানীয় ৰাইজৰ পৰা পোৱা তথ্য অনুসৰি বিগত প্ৰায় 16 বছৰৰ পৰা এনেদৰে আছে এই পথছোৱা ৷ ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় 8 ৰ পৰা 10 হাজাৰ লোকৰ যাতায়াতৰ এই পথছোৱা নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা ব্ৰিগেডে ৷

etv bharat assam
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত পথৰ ফোপোলা স্বৰূপ

এজাক বৰষুণতে বানপানী হোৱা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ কয়লাময়লা, আমটেকা,মালিভিটা,বাঘমাৰা সংযোগী পথটোৰ বাবে চিকিৎসাৰ অভাৱত বহু লোকৰ মৃত্যু হোৱা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকসকলে ৷

Intro:এয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কয়লাময়লা ৰ দৃশ‍্য । হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ ফোপোলা স্বৰূপ । ৫ নং কোকৰাঝাৰ লোকসভা সমষ্ঠী তথা ৩১ নং চিদলী(জনজাতি) বিধান সভা সমষ্ঠীৰ অন্তৰ্গত জিলা খনৰ এই অঞ্চল । আচলতে যোৱা প্ৰায় ১৬ বছৰৰ পৰাই এই পথচোৱাৰ এই অৱস্থা বুলি জনায় স্থানীয় লোকে । নিতৌ প্ৰায় ৮/১০ হেজাৰ লোকে যাতায়াত কৰা এই পথচোৱাৰ মেৰামতি বা নিৰ্মাণৰ বাবে কোনো ধৰনৰ ব‍্যাৱস্থা গ্ৰহন নকৰিলে মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা ব্ৰিগেডে । সেয়ে অঞ্চলটোৰ এইজন জেষ্ঠ নাগৰিকে বিপিএফ ক ভোটদান নকৰাৰ সিদ্ধান্তৰ কথা স্পষ্ট কৰি দিলে ।

বাইট : পথচাৰী কেবাজনো ৰো বাইটৰ লগতে এজন জেষ্ঠ নাগৰিকৰ বাইট দিলো ।

আচলতে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ কয়লাময়লা, আমটেকা,মালিভিটা,বাঘমাৰা সংযোগী এই পথচোৱাৰ এই জৰাজিৰ্ণ অৱস্থাৰ ফলত অঞ্চলটোৰ বহু লোকেই চিকিৎসাৰ অভাৱত মৃত‍্যু হোৱাৰ লগতে অন‍্যান‍্য বিভিন্ন ক্ষেত্ৰত জমৰ জাতনা ভুগিব লগীয়া হৈছে । বছৰৰ আৰম্ভনিতে এজাক বৰষুনে এই অৱস্থা কৰিছে পথছোৱাৰ বাকী বাৰিষাতো আছেই । বাৰিষাৰ বতৰত কিমান যন্ত্ৰনাদায়ক হব পথছোৱা চিন্তা কৰক জনপ্ৰতিনিধি সকলে।

(ডেস্ক এডিট কৰি লব, নিৰ্ব্বাচনৰ সময়ত ৰেকৰ্ড কৰিছিলোঁ, পথচোৱাৰ অৱস্থা আজিও একেই আছে। আগতো দিছিলো নিউজ লগোৱা নাছিল আজি আকৌ দিলো।)

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : পথচাৰী কেবাজনো ৰো বাইটৰ লগতে এজন জেষ্ঠ নাগৰিকৰ বাইট দিলো ।

Conclusion:আচলতে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ কয়লাময়লা, আমটেকা,মালিভিটা,বাঘমাৰা সংযোগী এই পথচোৱাৰ এই জৰাজিৰ্ণ অৱস্থাৰ ফলত অঞ্চলটোৰ বহু লোকেই চিকিৎসাৰ অভাৱত মৃত‍্যু হোৱাৰ লগতে অন‍্যান‍্য বিভিন্ন ক্ষেত্ৰত জমৰ জাতনা ভুগিব লগীয়া হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.