ETV Bharat / state

দিব্যাংগ লোকক যাৱতীয় সামগ্ৰী বিতৰণ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ - দিব্যাংগ

উল্লেখ্য যে আগন্তুক সপ্তাহত চিৰাং জিলাৰ বিজনী কলেজত ৩৫০ জন দিব্যাংগ লোকক এই ধৰণে সামগ্ৰী বিতৰণ কৰিব বুলিও জনায় ।

দিব্যাংগ লোকক যাৱতীয় সামগ্ৰী বিতৰণ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ
author img

By

Published : Jun 7, 2019, 7:01 PM IST

চিৰাং, 7 জুনঃ চিৰাং জিলাৰ ঢালিগাঁৱত ১৫৩ জন দিব্যাংগ লোকক বহু লাগতিয়াল সামগ্ৰী বিতৰন কৰে ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই৷ দিব্যাংগ সকলৰ বাবে বিশেষ সঁজুলি প্ৰস্তুত কৰা সৰ্বভাৰতীয় সংস্থা এলিমকো আৰু বিজনী কলেজৰ বিশেষ সামাজিক গোটৰ উদ‍্যোগত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়৷

আৰু পঢ়ক ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সত্ৰাধিকাৰৰ উৰুখা পঁজাত জুবিন

শুকুৰবাৰে জিলা উপায়ুক্ত গৌতম তালুকদাৰ, বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত পৰিচালনা সঞ্চালক অমৰেন্দ্ৰ কলিতা সহ শোধনাগাৰখনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে এই সামগ্ৰী কাৰ্যসূচীত । উল্লেখ্য যে আগন্তুক সপ্তাহত চিৰাং জিলাৰ বিজনী কলেজত ৩৫০ জন দিব্যাংগ লোকক এই ধৰণে সামগ্ৰী বিতৰণ কৰিব বুলিও জনায় ।

Intro:চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তছল নিগমৰ অধিনস্থ বঙাইগাঁও শোধনাগাৰৰ তৰফৰ পৰা আজি জিলাখনৰ ১৫৩ জন দিব‍্যাঙ্গ লোকক বিভিন্ন সামগ্ৰী বিতৰন কৰে । দিব‍্যাঙ্গ সকলৰ বাবে বিশেষ সজুলি প্ৰস্থুত কৰা সৰ্বভাৰতীয় সংস্থা এলিমকো আৰু বিজনী কলেজৰ বিশেষ সামাজিক গোটৰ উদ‍্যোগত আজি দিব‍্যাঙ্গ সকলৰ মাজত এই সমূহ সামগ্ৰী বিতৰন কৰে । চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ, বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালক অমৰেন্দ্ৰ কলিতা সহ শোধনাগাৰ খনৰ কেবাজনো শীৰ্ষ বিষয়াই উপস্থিত থাকি এই সমুহ সামগ্ৰী বিতৰন কৰে । অহা সপ্তাহত চিৰাং জিলাৰ বিজনী কলেজত ৩৫০ জন লোকক এই ধৰনৰ অনুষ্ঠান অনুষ্ঠিত কৰি দিব‍্যাঙ্গ সকলক সামগ্ৰী বিতৰন কৰিব বুলিও জনায়।

বাইট : চিৰাং জিলা উপায়ুক্ত। বঙাইগাঁও শোধনাগাৰৰ পৰিচালন সঞ্চালক। হিতাধিকাৰী।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : চিৰাং জিলা উপায়ুক্ত। বঙাইগাঁও শোধনাগাৰৰ পৰিচালন সঞ্চালক। হিতাধিকাৰী।

Conclusion:অহা সপ্তাহত চিৰাং জিলাৰ বিজনী কলেজত ৩৫০ জন লোকক এই ধৰনৰ অনুষ্ঠান অনুষ্ঠিত কৰি দিব‍্যাঙ্গ সকলক সামগ্ৰী বিতৰন কৰিব বুলিও জনায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.