ETV Bharat / state

চিৰাঙত পৃথক ৰাজ্যৰ দাবীত এবছুৰ তিনি ঘন্টীয়া ধৰ্ণা

author img

By

Published : Aug 8, 2019, 2:34 PM IST

পৃথক ৰাজ্যৰ দাবীত এবছুৰ তিনি ঘন্টীয়া ধৰ্ণাত উত্তাল চিৰাং জিলা সদৰ কাজলগাঁও । আকৌ ডিভাইড আছাম 50/50 শ্ল'গানত উত্তাল চিৰাং ।

ডিভাইড আছাম 50/50 শ্ল'গানত উত্তাল চিৰাং

চিৰাং, 8 আগষ্টঃ নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ প্ৰতিবাদত উত্তাল চিৰাং । এবছুৰ সৈতে প্ৰতিবাদত সহযোগ কৰিলে বড়ো সাহিত্য সভা,বড়ো সাংস্কৃতিক মঞ্চ, এন ডি এফ বি প্ৰগতিশীল, পিপলচ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টকে আদি কৰি কেইবাটাও সংগঠন ৷ প্ৰায় তিনি সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ দাবী পৃথক বড়োলেণ্ড গঠনৰ ।

ডিভাইড আছাম 50/50 শ্ল'গানত উত্তাল চিৰাং

যদি লাডাখৰ লোক সকলক ন্যায় দিব পাৰে কেন্দ্ৰীয় চৰকাৰে তেন্তে দীৰ্ঘ 50 বছৰৰ পৰা আন্দোলন কৰা বড়ো সকলৰ সমস্যা কিয় সমাধান নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে এবছু নেতৃত্বই ৷ আনহাতে, এবছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰৱক্তা জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ প্ৰতিবাদী ধৰ্ণাত অংশগ্ৰহণ কৰি কয় বড়ো সকলৰ সমস্যা বিটিচিৰ জৰিয়তে বড়ো সকলৰ সমস্যাৰ সমাধান নহয় । গতিকে পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ জৰিয়তে বড়ো সমস্যাৰ সমাধান সম্ভৱ বুলি কয় এবছুৰ নেতাজনে । তাৰোপৰি বড়োলেণ্ড গঠন নোহোৱালৈ পৃথক ৰাজ্যৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ আন্দোলন চলিয়েই থাকিব বুলি মন্তব্য কৰে ৷

Intro:পৃথক ৰাজ্যৰ দাবীত এবছুৰ তিনি ঘন্টীয়া ধৰ্ণাত উত্তাল চিৰাং জিলা সদৰ কাজলগাঁও । আকৌ ডিভাইড আছাম ৫০/৫০ শ্লোগানত উত্তাল চিৰাং ।

Body:নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ প্ৰতিবাদত উত্তাল হল চিৰাং । এবছুৰ সৈতে এই প্ৰতিবাদত সহযোগ কৰিলে বড়ো সাহিত্য সভা,বড়ো সাংস্কৃতিক মঞ্চ, এন ডি এফ বি প্ৰগতিশীল, পিপলচ জইন্ট এক্সন কমিটী ফোৰ বড়োলেণ্ড মুভমেন্ট কে আদি কৰি কেবাটাও সংগঠন । প্ৰায় তিনি সহশ্ৰাধিক লোকে অংশগ্ৰহন কৰা এই প্ৰতিবাদত দাবী উঠিল পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ । যদি লাডাখৰ লোক সকলক ন্যায় দিব পাৰে কেন্দ্ৰীয় চৰকাৰে তেন্তে দীৰ্ঘ ৫০ বছৰৰ পৰা আন্দোলন কৰা বড়ো সকলৰ সমস্যা কিয় সমাধান নকৰে ? বুলি প্ৰশ্ন কৰে এবছু নেতৃত্বই। এবছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰৱক্তা জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ প্ৰতিবাদী ধৰ্ণাত অংশগ্ৰহন কৰি কয় বড়ো সকলৰ সমস্যা বিটিচিৰ জড়িয়তে বড়ো সকলৰ সমস্যাৰ সমাধান নহয় । গতিকে পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ জড়িয়তেহে বড়ো সমস্যাৰ সমাধান সম্ভৱ বুলি কয় এবছুৰ নেতাজনে ।

বাইট : জয়ন্ত বসুমতাৰী, এবছুৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ ।

Conclusion: নিখিল বড়ো ছাত্ৰ সন্থাৰ পৃথক ৰাজ্যৰ দাবীত আন্দোলন চলিয়ে থাকিব যেতিয়ালৈ বড়োলেণ্ড গঠন নহয় । এই দৰেই হুংকাৰ দিয়ে এবছু নেতৃত্বই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.