ETV Bharat / state

বাসুগাঁৱৰ আছু কাৰ্যালয়ত কোনে সানিলে ক'লা ৰং? - ক'লা ৰং

শেহতীয়াকৈ এন আৰ চিৰ অভিযোগ আৰু আপত্তি দাখিলকলৈ সৃষ্টি হোৱা বিতৰ্কক কেন্দ্ৰ কৰি দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে ৷ অঞ্চলটোৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব পৰা এনে ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে ৷

চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ক'লা ৰং!
author img

By

Published : May 13, 2019, 11:26 AM IST

চিৰাং , 13 মে': চিৰাঙৰ বাসুগাঁওস্থিত বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই ক'লা ৰং সানি থৈ যোৱাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ছাত্ৰ সন্থাৰ কাৰ্যালয়টোৰ নাম ফলক আৰু শ্বহীদ বেদীত ক'লা ৰং সনাৰ লগতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে উদ্ধোধন কৰা আঞ্চলিক কাৰ্যালয়টোৰ ফলকতো দুৰ্বৃত্তই ক'লা ৰং সানে ৷

Intro:চিৰাঙৰ বাসুগাঁওস্থিত বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কায‍্যালয়ত কৰা ৰঙ ‌। দঙৰবৃত্ত ই কলা ৰং সানিলে নাম ফলক,শ্বহিদ বেদীত কলা ৰং সনাৰ লগতে আছুৰ সভাপতি দিপাংক কুমাৰ নাথে উদ্ধোধন কৰা আঞ্চলিক কাৰ্যালয় খনৰ ফলকতো কলা ৰং সানিছে । শেষতীয়াকৈ এন আৰ চিত হোৱা অভিযোগৰ পিচতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট অলপ দেৰিকৈ দি আছো

Conclusion:যিকোনো মুহুৰ্ততে উত্তপ্ত হব পাৰে বাসুগাওঁ অঞ্চল ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.