ETV Bharat / state

চিৰাঙত ড্ৰাগছসহ আটক ধৃত ব্যৱসায়ী

বিজনী আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী ৷ শনিবাৰে বিজনীৰ মৌতাৰাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক ৷

author img

By

Published : Feb 9, 2020, 10:22 AM IST

A man arrested with drugs in Chirang
চিৰাঙত ড্ৰাগছসহ আটক ধৃত ব্যৱসায়ী

চিৰাং, 9 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনীত আটক ড্ৰাগছসহ এজন ব্যৱসায়ী ৷ শনিবাৰে বিজনীৰ মৌতাৰাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক ৷ আটকাধীন ব্যৱসায়ীজন বিজনীৰ কাউয়াটিকাৰ ছাইফুল ইছলাম ৷ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত চলোৱা এক অভিযানত এই ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা এটা নকল পিস্তল, 15টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এখন মটৰ চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

চিৰাঙত ড্ৰাগছসহ আটক ধৃত ব্যৱসায়ী

আৰু পঢ়কঃকংগ্ৰেছৰ 'জেল ভৰো' আন্দোলনত দুই শতাধিক প্ৰতিবাদকাৰী আটক

Intro:চিৰাঙৰ বিজনীত ড্ৰাগচ সহ এজন ড্ৰাগছ ব্যৱসায়ী আটক। বিজনীৰ মৌতাৰাত আৰক্ষীয়ে হাতে-লোতে আটক কৰে এই ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী জন ক্ৰমে বিজনী কাউয়াটিকাৰ ছাইফুল ইছলাম(২১) । যুবক জনৰ পৰা উদ্ধাৰ হয় এখন নকলি পিস্তল ১৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ১টা মোবাইল ফোন, এখন হিৰো স্প্লেণ্ডাৰ মটৰ চাইকেল। উল্লেখ যে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত এক গোপনে চলোৱা অভিযানত এই জন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ বিজনীত ড্ৰাগচ সহ এজন ড্ৰাগছ ব্যৱসায়ী আটক।

Conclusion:চিৰাঙৰ বিজনীত ড্ৰাগচ সহ এজন ড্ৰাগছ ব্যৱসায়ী আটক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.