ETV Bharat / state

চিৰাং জিলাত নতুনকৈ 29 গৰাকী লোকৰ দেহত ক’ভিড-19 - চিৰাং জিলাত ৰোগীৰ সংখ্যা 233 গৰাকীলৈ বৃদ্ধি

চিৰাং জিলাত গণ সংক্ৰমণৰ আশংকা ৷ বৃহস্পতিবাৰে নতুনকৈ ধৰা পৰে সৰ্বাধিক 29 গৰাকী লোকৰ দেহত ক’ভিড-19 অৱস্থিতি ।

চিৰাং জিলাত নতুনকৈ 29 গৰাকী লোকৰ দেহত ক’ভিড-19
চিৰাং জিলাত নতুনকৈ 29 গৰাকী লোকৰ দেহত ক’ভিড-19চিৰাং জিলাত নতুনকৈ 29 গৰাকী লোকৰ দেহত ক’ভিড-19
author img

By

Published : Jul 31, 2020, 5:09 AM IST

চিৰাং, 31 জুলাই : চিৰাং জিলাত নতুনকৈ ধৰা পৰিছে সৰ্বাধিক 29 গৰাকী লোকৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি । জিলাখনত এতিয়া সৃষ্টি হৈছে গণ সংক্ৰমণৰ আশংকা । ইয়াৰ লগে-লগে জিলাখনত ক’ভিড-19 ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে 233 গৰাকীলৈ ৷

আনহাতে বৃহস্পতিবাৰৰ দিনটোত জিলাখনত 19 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ লগতে এতিয়ালৈকে মুঠ 165 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানেও জিলাখনত মুঠ 68 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ।

29 গৰাকী লোকৰ দেহত ক’ভিড-19
চিৰাং জিলাত নতুনকৈ 29 গৰাকী লোকৰ দেহত ক’ভিড-19

অৱশ্যে নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হোৱা সকলৰ ভিতৰত আছে বুধবাৰে আক্ৰান্ত হোৱা চিদলী ব্লক পি এইছ চিৰ এজন কৰ্মচাৰীৰ পৰিয়াল, বিজনী ভেটাগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ 108 এম্বুলেঞ্চৰ এজন কৰ্মী, বিজনী বন্ধন বেংকৰ তিনিজন কৰ্মী, বিজনী মহকুমাৰ আলুখুন্দা অঞ্চলৰ ছয় জন লোক আৰু বিজনী চহৰৰ মুঠ 18 গৰাকী লোক সহ সৰ্বমুঠ 29 গৰাকী ৷ এতিয়া জিলাখনত সম্প্ৰতি গণ সংক্ৰমণৰ আশংকা ব‍্যাক্ত কৰিছে বিভিন্ন জনে ।

চিৰাং জিলাত গণ সংক্ৰমণৰ আশংকাচিৰাং জিলাত গণ সংক্ৰমণৰ আশংকা

লগতে চাওক-CAA আৰু EIA বাতিলৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.