ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 26, 2022, 12:55 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক

মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ(Jignesh mevani present in Barpeta district judicial court) কৰোৱা হয় গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰৰ ভিত্তিত পুনৰবাৰ অসম পুলিচে আটক কৰিছিল দলিত নেতা গৰাকীক (Jignesh Mevani rearrested by Assam police) ৷

বাক্সাত উপায়ুক্তই পৰিদৰ্শন কৰিলে ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল

ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে সমগ্ৰ বাক্সা জিলাত ৷ সেয়ে জিলাখনৰ উপাযুক্ত আয়ুষ গাৰ্গে যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা বৰষুণ আৰু ধুমুহা-শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তৰ(DC visits storm affected areas in Baksa) বুজ লয় ৷

জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ কংগ্ৰেছ, কৃষক মুক্তিৰ ক্ষোভ প্ৰকাশ

সমাগত গুজৰাটৰ নিৰ্বাচন (Upcoming Gujarat election 2022) ৷ এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মোডীৰ মূল প্ৰতিদ্বন্দ্বী দলিত নেতা জিগনেশ মেৱানী ৷ সেয়ে নিৰ্বাচনত হৰাৰ শংকাত এটাৰ পিছত আনটো গোচৰৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে দলিত নেতাগৰাকীক ৷ এই মন্তব্য জিগনেশ মেৱানীৰ আত্মীয়ৰ ৷

চন্দ্ৰপুৰত বন বিভাগৰ অভিযানত জব্দ বলেৰ’ পিক আপ ভান

অবৈধ বালি খনন তথা পলি(পলস) মাটি খননৰ বিৰুদ্ধে কঠোৰ বন বিভাগ । কিন্তু ভূ-মাফিয়াই চলাই গৈছে খনন কাৰ্য(Land mafia is carrying out excavations) । এইবাৰ নাৰেংগী খণ্ড বন বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ পলি মাটি কঢ়িয়াই অনা বলেৰ' পিক আপ ভান(Forest department seized bolero pickup van) ।

CM relief fund : ডিমা হাছাওৰ ২৬৮ গৰাকী হিতাধিকাৰীলৈ পুঁজি-ছাত্ৰবৃ্ত্তি

ডিমা হাছাওৰ যুৱক-যুৱতীৰ মুখত আশাৰ ৰেঙণি । ২৬৮ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পুঁজি আৰু ছাত্ৰবৃত্তি প্ৰদান কৰা হয় (Scholarships to 268 beneficiaries in Dima Hasao) । ছাত্ৰবৃত্তিৰ লগতে প্ৰদান কৰা হয় খেলৰ সামগ্ৰীও ।

SI Exam Question Paper Viral : এজন যুৱকক আটক কামপুৰ আৰক্ষীৰ

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল(Assam police SI Exam Question Paper Viral) সন্দৰ্ভত এজনক আটক ৷ কামপুৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক ৷ যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা এই আৰক্ষীৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰা বুলি আৰক্ষীৰ আগত সদৰি কৰে ৷

ড্ৰাগছমুক্ত ত্ৰিপুৰা গঢ়িবলৈ সমাজ আৰু চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ : জিষ্ণু দেৱবৰ্মা

ত্ৰিপুৰা ৰাজ্যখনক ড্ৰাগছমুক্ত (Drugs free Tripura) কৰিবলৈ চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ বিশেষ আহ্বান জনায় । ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰিবলৈ সমাজ আৰু ত্ৰিপুৰা চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি দেৱবৰ্মাই সদৰি কৰে ।

মডেলিং জগতত সফলতাৰে বাট বুলিছে লখিমপুৰৰ কণমানি আৰণ্যকে

লখিমপুৰৰ চিনাতলীয়া গাঁৱৰ আৰণ্যক সাহাই পঢ়া-শুনাৰ সমান্তৰালকৈ মডেলিং জগতত খোজ দি বহু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে (Aranyak Saha from Lakhimpur in modelling ৷ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে ওচৰ-চুবুৰীয়া ৷

Massive Fire at BCPL : ডিব্ৰুগড়ৰ গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পত অঘটন ৷ সোমবাৰে নিশা বিচিপিএলৰ এএডিপিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Gas cracker of Dibrugarh) । ফলত দাঁতিকাষৰীয়া গাঁৱসমূহত স্বাভাৱিকতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় । আনকি প্ৰাণৰ মমতাত নিশাই বহু লোকে গাঁও এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে । জানিব পৰা মতে, গেছ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ

টুইটাৰ কোম্পানীৰ বৃহৎ ঘোষণা । টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা নিশ্চিত কৰিছে টুইটাৰক (Twitter to sell the company to Tesla) । মাস্কে সদৰি কৰা মতে, তেওঁ টুইটাৰক পূৰ্বতকৈ উন্নত কৰিব বিচাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.