ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jul 28, 2022, 9:15 AM IST

Etv BharatTOP 10 AT 9 PM
Etv Bharat9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Moina Nayak Incident: ডিব্ৰুগড়ৰ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক নিলম্বন

লেপেটকটা চাহ বাগিচাৰ কলঘৰৰ CTC কাটিং মেচিনত মূৰত আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক মইনা নায়কৰ(Moina Nayak Incident) চাঞ্চল্যকৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক চাকৰিৰ পৰা নিলম্বন । বাগিচা অঞ্চলত কৰ্তব্যত অৱহেলা কৰাৰ বাবে দীনেশ চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।

Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম

মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজলৈ আহিল আন এক দুখবৰ ! পহিলা আগষ্টৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাব গাখীৰৰ মূল্য (Milk price hike from August in Guwahati) ৷ কিমান টকাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ গাখীৰত পঢ়ক সবিশেষ...

Man killed in train collision: শিৱসাগৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এজনৰ মৃত্যু

শিৱসাগৰৰ ৰে’লৱে ষ্টেচনৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা ৷ ২০৫০৩ নম্বৰৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হ’ল এগৰাকী অচিনাক্ত ব্যক্তি (One died in Rajdhani Express collision)৷ ১৬/১ আৰু ১৬/২ ৰে’লৱে ট্ৰেকৰ মাজত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ শিৱসাগৰ ৰে'ল ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰ পি এফৰ জোৱানে শিমলুগুৰিস্থিত কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে জনালে আৰক্ষীক ৷ ঘটনাস্থলীত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটি দল মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে ৷ অৱশ্যে বৰ্তমানলৈকে ব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷

Slow Loris Rescued: চন্দ্ৰপুৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত বনবিভাগে উদ্ধাৰ কৰিলে এটা লাজুকী বান্দৰ (Slow loris rescued at Chandrapur) ৷ চন্দ্ৰপুৰৰ শিঙিমাৰীত বুধবাৰে স্থানীয় একাংশ লোকে জংঘলৰ মাজত এটা লাজুকী বান্দৰে বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত চন্দ্ৰপুৰ খণ্ড বন বিষয়াই আমচাং অভয়াৰণ্যত মুকলি কৰি দিয়ে লাজুকী বান্দৰটো ।

Evil of child marriage: বৰপেটাত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা

শেহতীয়াকৈ বৰপেটাত পোহৰলৈ আহিছে এক জঘন্য ঘটনা ৷ বৰপেটা সনকুছি গাঁৱৰ এগৰাকী নাবালিকাৰ বিবাহৰ প্ৰস্তুতি চলাইছিল পৰিয়ালে ৷ অৱশেষত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা ৷

Rape case in Guwahati : হায়দৰাবাদৰ যুৱতীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা সুধীৰ চৌধুৰীৰ

গুৱাহাটী মহানগৰীত হায়দৰাবাদৰ যুৱতীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা হাৰিয়ানাৰ যুৱকৰ (Haryana youth raped and tried to kill hyderabad girl) । গুৱাহাটী মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিল আমবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।

Cross Voting Issue: কৰিমুদ্দিন বৰভভূঞাৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব দেৱব্ৰত শইকীয়া

এই আই ডি এউ এফৰ বহু বিতৰ্কিত বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ(AIUDF MLA Karim Uddin Barbhuiya) বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ভোটক কেন্দ্ৰ কৰি কৰিমুদ্দিন বৰভূঞাই বিৰোধীৰ দলপতিগৰকাৰ প্ৰতি কৰা কেতবোৰ মন্তব্যৰ প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্ত হ’ব বিৰোধীৰ দলপতিগৰাকীৰ ৷

Ardhendu Kumar Dey passes away: পঞ্চভূতত বিলীন প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে‘ৰ মৃত্যুত হোজাইত শোকৰ ছাঁ (Ardhendu Kumar Dey passed away)। হোজাইৰ শান্তিবনত ধৰ্মীয় ৰীতিনীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অৰ্ধেন্দু দে’ৰ । শেষকৃত্যৰ পূৰ্বে হোজাইস্থিত মন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা বাহিৰ কৰা হয় শোভাযাত্রা (Last rites of Ardhendu Kumar Dey)৷

Cross Voting in President Election: ক্ৰছ ভোটিং কৰাসকলক কঠোৰ সকিয়নী জীতেন্দ্ৰ সিঙৰ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লগত লৈ দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বৱধায়ক জীতেন্দ্ৰ সিঙৰ সংবাদমেল। ক্ৰছ ভোটিং কৰাসকলে কংগ্ৰেছ দলকে নহয় অসমৰ জনতাক বিক্ৰী কৰি দিলে । লোভ-লালসা দি কাৰোবাক ক্ৰয় কৰাটো অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সাধাৰণ কথা। অসমত জনতাৰ নহয়, মোডী আৰু অমিত শ্বাহৰ চৰকাৰ চলি আছে । এই মন্তব্য জীতেন্দ্ৰ সিঙৰ ৷

Abdul Kalam Death Anniversary: নলবাৰীত ৰং তুলিকাৰে মিছাইলমেন আব্দুল কালামক সোঁৱৰণ

শিল্পীৰ ৰং তুলিকাত জীৱন্ত হৈ উঠিল মহান মনীষী এ পি জে আব্দুল কালাম । নলবাৰীৰ গংগাপুখুৰীৰ পাৰত ৰং তুলিকাৰে সজল সোঁ‌ৱৰণ ভূতপূৰ্ব ৰাষ্ট্ৰপতিগৰাকীক(APJ Abdul Kalam 7th Death Anniversary) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.