ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 15, 2022, 4:58 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Recruitment of new DGP : কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব । নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে দিছপুৰত আৰম্ভ হৈছে তৎপৰতা (Recruitment of new DGP of Assam) । চৰ্চাত আছে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ নাম । চৰ্চাৰ শীৰ্ষত আছে আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম । লগতে আন কেইবাগৰাকী বিষয়াৰ নামো আছে চৰ্চাত ।

Rumi Goswami Arrested : গ্ৰাম্য পুথিভঁৰাল কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰুমী গোস্বামীক গ্ৰেপ্তাৰ

পাণবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে গ্ৰাম্য পুথিভঁৰালৰ ব্যাপক কেলেংকাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী (rural library scam accused Rumi Goswami arrested) । বুধবাৰে নিশা আৰক্ষীয়ে ৰুমী গোস্বামীক গ্ৰেপ্তাৰ কৰে ।

Assam Sahitya Sabha Narayanpur Conference: লাইখুঁটা স্থাপনতেই অথন্তৰ: ওলোটাকৈ উৰিল সাহিত্য সভাৰ পতাকা

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আৰম্ভণিতে লাগিল কেণা । ওলোটাকৈ উত্তোলন কৰা হ’ল অধিবেশনৰ মূল পতাকাখনি ৷ ইফালে সাহিত্য সভাৰ মূল পতাকাখনো এইবাৰ সাহিত্য সভাৰ সভাপতিৰ পৰিবৰ্তে উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞাই ৷

Illegal Burmese supari seized : ৰঙিয়াত বাৰ্মিজ চুপাৰিসহ ৪ জনক আটক

ৰাজ্যত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ অব্যাহত আছে (Burmese supari smuggling)। ব্যৱসায়ীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি আছে । ইয়াৰ মাজতে ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই বিলাসী বাহনৰ পৰা জব্দ কৰে ২৫ বস্তা বাৰ্মিজ চুপাৰি (Illegal Burmese supari seized at Rangia)।

Cricketer Rishabh Pant : বেদখল বিৰোধী অভিযানত ক্ষতিগ্ৰস্ত ঋষভ পণ্টৰ ঘৰ

ৰে'লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু স্থানীয় আৰক্ষীৰ সহায়ত ৰে'লৱেই বুধবাৰে উত্তৰাখণ্ডৰ ৰুঢ়কীৰ অশোক নগৰ অঞ্চলত থকা ভূমিৰ পৰা বেদখল উচ্ছেদ কৰে । ক্ৰিকেটাৰ ঋষভ পণ্টৰ ঘৰৰ সন্মুখতো ৰে'ল বিভাগে খুঁটি স্থাপন কৰে (Rishabh Pants house affected for anti encroachment) ।

Agriculture Department Scam: বৰ্তমান এজন বিধায়কৰো একো ক্ষমতা নাই ! মৃণাল শইকীয়াৰ বিষোদগাৰ

কৃষি বিষয়াৰ দুৰ্নীতিৰ বলি হোৱা কৃষকক লৈ বিধায়ক মৃণাল শইকীয়াৰ সংবাদমেল । মৃণাল শইকীয়াৰ মতে বৰ্তমান দুৰ্নীতিক ৰক্ষণাবেক্ষণ দিয়াটোহে এটা ডাঙৰ কথা হৈ পৰিছে (MLA Mrinal Saikia on Agriculture scam) । বৰ্তমান এজন বিধায়কৰো একো ক্ষমতা বা কাম নাই বুলিও বিষোদগাৰ প্ৰকাশ বিধায়ক মৃণাল শইকীয়াৰ । এজন গ্ৰামসেৱকেও ফোন নধৰাৰ অভিযোগ ।

Elephant menace in Goalpara: গোৱালপাৰাৰ ঘাইপথত বন্যহস্তীৰ আক্ৰমণত নিহত তিনিজন

গোৱালপাৰাত অঘটন ৷ ৰাজ্যত হাতী-মানুহৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Man elephant conflict in Goalpara)। লক্ষীপুৰৰ 12 নং ৰাজ্যিক ঘাইপথত বৃহস্পতিবাৰে দিন দুপৰতে এটা বন্যহস্তীৰ জাকে কেইবাখনো বাহনত আক্ৰমণ চলায় (Wild elephant persecution in Goalpara)৷ বন্যহস্তীৰ আক্ৰমণত নিহত হয় তিনিজন লোক (Wild Elephant attack in Goalpara)।

Payback Ceremony 2022 : USTM ত আয়োজন পে-বেক অনুষ্ঠান

গুৱাহাটীৰ সমীপবৰ্তী যোৰাবাটৰ ন মাইলস্থিত উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ইউ এছ টি এম (USTM) ৰ ব্যতিক্ৰমী পদক্ষেপ (Payback Ceremony 2022) ৷ ওভতাই দিলে নেট, গেট অৰ্হতা সম্পন্ন শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ মাচুল ৷ পে-বেক পলিচী অনুসৰি শৈক্ষিক প্ৰতিষ্ঠানখনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ এই উপলক্ষে USTM ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই পে বেক পলিচীৰ অন্তৰ্গত ২০২১-২২ বৰ্ষৰ ১২০ গৰাকী শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ মাচুল ওভতাই দিয়া হয় (Payback ceremony held at USTM) ৷

Mumbai international kids modelling competition: মুম্বাইত জিলিকিল গোলাঘাটৰ ৰিমঝিম

মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য্য আৰু নৃত্য প্ৰতিযোগিতাত জিলিকিছে এগৰাকী অসমকন্যা ৷ মুম্বাইত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝিম হুছেইন বৰুৱাই ৷ ৰিমঝিম হুছেইন বৰুৱাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷

Congress hath se hath Jodo yatra : এইবাৰ কংগ্ৰেছৰ হাথ চে হাথ জোড়ো যাত্ৰা

ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পাছত কংগ্ৰেছে দেশজুৰি আৰম্ভ কৰিব 'হাথ চে হাথ জোড়ো' অভিযান (Congress to start hath se hath Jodo yatra)। ২৬ জানুৱাৰীৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এই অভিযানৰ উদ্দেশ্য হ'ব ব্লক পৰ্যায়লৈ সামাজিক দায়বদ্ধতাৰ বাতৰি লৈ যোৱা, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা, যুৱসমাজক একত্ৰিত কৰাৰ বাবে বাইক ৰেলী অনুষ্ঠিত কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.