ETV Bharat / state

দুই ব্যক্তিৰ প্ৰচেষ্টাত চৰাইদেউত বৃক্ষৰোপণ

author img

By

Published : Jun 7, 2020, 10:26 PM IST

সোণাৰিৰ অনুপ পাটকাই আৰু অনিল বৰগোঁহাই নামৰ ব্যক্তি দুগৰাকীয়ে চৰাইদেউ জিলাৰ মাহমৰাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপনৰ জৰিয়তে ব্ৰতী হৈ আহিছে পৰিৱেশ সুৰক্ষাৰ কামত ৷

two person have taken initiative of plantation in charaideo district
চাওঁলুং চ্যুকাফা কৃষ্ণচূড়া প্ৰকল্প

চৰাইদেউ , 7 জুনঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ দুগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ সোণাৰিৰ অনুপ পাটকাই আৰু অনিল বৰগোঁহাই নামৰ ব্যক্তি দুগৰাকীয়ে চৰাইদেউ জিলাৰ মাহমৰাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপনৰ জৰিয়তে ব্ৰতী হৈ আহিছে পৰিৱেশ সুৰক্ষাৰ কামত ৷

চাওঁলুং চ্যুকাফা কৃষ্ণচূড়া বৃক্ষৰোপণ প্ৰকল্প প্ৰকল্প

দেওবাৰে দুয়োজন ব্যক্তিৰ নেতৃত্বত মাহমৰ ভঁৰালীপুখুৰী,জজলী পাঁচ আলি আদি কেইবাখনো গাঁৱৰ ৰাইজক লগত লৈ অঞ্চলটোত সহস্ৰাধিক সোণাৰু,কৃষ্ণচূড়া পুলি ৰোপন কৰা হয় ৷ উল্লেখ্য যে, অনুপ পাটকাইয়ে বহুদিনৰ পৰাই চাওঁলুং চ্যুকাফা কৃষ্ণচূড়া প্ৰকল্প নামাকৰণেৰে সোণাৰি বিভিন্ন অঞ্চলত অতি সুন্দৰকৈ গছপুলি ৰোপন কৰাৰ লগতে প্ৰতিপালন কৰি আহিছে ৷

লগতে পঢ়কঃজীৱনৰ মোহঃ খোদ চিকিৎসালয়ত উপস্থিত এটি অসুস্থ বান্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.