ETV Bharat / state

সোণাৰিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ টিমনহাঁবি চাহ বাগিচাত পিঞ্জৰাবদ্ধ বিগত কিছুদিন ধৰি ত্ৰাস সৃষ্টি কৰি থকা এটা নাহৰফুটুকী ৷

author img

By

Published : Jun 3, 2020, 2:23 PM IST

one leopard catch at sonari
সোণাৰিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

শিৱসাগৰ,3জুনঃ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী ৷ নাহৰফুটুকীটোৱে বিগত কেইবাদিন ধৰি বাগিচা খনত মুক্ত বিচৰণ কৰাৰ উপৰিও পাত চিঙি থকা অৱস্থাতে আহত কৰিছিল দুগৰাকীকৈ মহিলাক ৷ তাৰ পাছতেই বন বিভাগে স্থাপন কৰিছিল এটা পিঞ্জৰা ৷

সোণাৰিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

উল্লেখ্য যে, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ নিজা চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চাবলৈ আহি সামাজিক দূৰত্ব নামানি ভিৰ কৰিলেহি বহুলোকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.