ETV Bharat / state

সোণাৰিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ 7 ব্যৱসায়ী আৰু সেৱণকাৰী - Drugs peddler arrested from Charaideu_

আটকাধীন যুৱক কেইজন চুবুৰীয়া নগালেণ্ডৰ মন জিলাৰ ৷ উক্ত অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ গ্ৰাম চানফ্লাৱাৰ নামৰ নিষিদ্ধ ড্ৰাগছ ।

সোণাৰি
author img

By

Published : Nov 12, 2019, 10:02 PM IST

চৰাইদেউ, 12 নৱেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিৰ অসম - নাগালেণ্ড সীমান্তৰ নামতোলাৰ অশ্বিনী বিলত সোমবাৰে নিশা চৰাইদেউ আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। চৰাইদেউ মহকুমা আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত চলোৱা হয় এই অভিযান ৷ আৰক্ষী বিষয়াগৰাকীৰ অভিযানত নামতোলা অশ্বিনী বিলৰ গংগা লিম্বুৰ নামৰ মহিলা এগৰাকীৰ বাসগৃহত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে চাৰি নগা যুৱকক ৷ লগতে অমৰ লিম্বু আৰু মুনীয়া লিম্বুকো আৰক্ষীয়ে নিসিদ্ধ ড্ৰাগছ ব্যৱসায়ত জৰিত থকাৰ অভিযোগত আটক কৰে ৷ জানিব পৰা মতে আটকাধীন যুৱক কেইজন চুবুৰীয়া নগালেণ্ডৰ মন জিলাৰ ৷ উক্ত অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ গ্ৰাম চানফ্লাৱাৰ নামৰ নিষিদ্ধ ড্ৰাগছ ।

নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ

Intro:Body:সোণাৰিত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ। আটক ব্যৱসায় সহ মুঠ ৭ জন।

Story-DRUGS_RECOVERED
Ananta Smith
Sivasagar
12th November

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাৰ অশ্বিনী বিলত যোৱা নিশা চৰাইদেউ আৰক্ষীৰ ড্ৰাগছ ৰিৰুদ্ধী অভিযান। চৰাইদেউ মহকুমা আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত চলোৱা অভিযানত নামতোলা অশ্বিনী বিলৰ গংগা লিম্বুৰ নামৰ মহিলা এগৰাকীৰ বাসগৃহত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত চুবুৰীয়া নগালেণ্ডৰ মন জিলাৰ চাৰি নগা যুৱকৰ লগতে অমৰ লিম্বু আৰু মুনীয়া লিম্বু নামৰ দুটা ড্ৰাগছ ব্যৱসায় আটক। এই অভিযানৰ সময়ত আক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ গ্ৰাম চানফ্লাৱাৰ নামৰ নিষিদ্ধ ড্ৰাগছ বিধ ।

Bite- অভিযুক্ত।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.