- সোণাৰি আৰক্ষীৰ বৃহৎ সাফল্য
- আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি
- ড্ৰাগছসহ নগদ ধন জব্দ কৰাৰ লগতে আটক ৯ জন লোকক(Drugs peddlers arrested)
- গোপন তথ্যৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে চলাইছিল অভিযান (Drugs seized in Sonari)
- চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ গোবিন্দপুৰ পথত চলিছিল এই অভিযান
- আটকাধীন যুৱককেইজন বিশ্বজিৎ দাস, পল্লৱ সেৱক, কিশোৰ গগৈ আৰু ৰূপজ্যোতি কোঁৱৰ
- মুজাকিৰ হুছেইন, পবিত্ৰ গঞ্জু, বিশাল ভুঁই, কিষাণ প্ৰসাদ আৰু চনু গঞ্জু
- সোণাৰি আৰক্ষী থানাত অধিক তথ্যৰ বাবে আটাইকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে