ETV Bharat / state

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 8, 2021, 12:01 AM IST

Updated : Sep 8, 2021, 6:24 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ শুভ সংবাদ লাভ ৷ কৰ্মত সফল ৷ প্ৰশংসা লাভ ৷ প্ৰেমত মনোযোগ দিয়ক ৷

বৃষ ৰাশি : দিনটো কিছু মিশ্ৰিত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ কৰ্মত অধিক মনোযোগ দিয়ক ৷ আয় বৃদ্ধি ৷

মিথুন ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ হঠাৎ কোনো সিদ্ধান্ত নল’ব ৷ হঠাৎ লোৱা কোনো সিদ্ধান্তই মানসিক অশান্তি দিব পাৰে ৷ ভ্ৰমণ বাতিল কৰক ৷ পানীৰ পৰা সাৱধান ৷

কৰ্কট ৰাশি : দিনটো প্ৰায় শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ নিশাৰ আহাৰ ভাল ৷ ব্যয় বৃদ্ধি ৷

সিংহ ৰাশি : দিনটো প্ৰায় শুভ ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলিৰ ভাগত ভ্ৰমণৰ যোগ আছে ৷ প্ৰেমত শুভ ৷ জীৱনত ভাল বন্ধু লাভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷

কন্যা ৰাশি : দিনটো কিছু মিশ্ৰিত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ যি পৰামৰ্শই আপোনাক উপকৃত কৰিব ৷ কৰ্মত মনোযোগ দিয়ক, প্ৰায় সফল ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিনটো কিছু মিশ্ৰিত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে ৷ যুক্তিসূত্ৰ চিন্তাধাৰাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰক ৷ অৱশ্যে পৰিশ্ৰমৰ ফল লাভ ৷ আজি কোনো লাভো নাই, লোকচানো নাই ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃশ্চিক ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ কৰ্মত অধিক মনোযোগ দিব লগা হ’ব ৷

ধনু ৰাশি : ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব দিনটো ৷ কৰ্মত অধিক মনোযোগ দিয়ক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়াৰ ভাগত সকলো আশা পূৰণ হ’ব ৷

মকৰ ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ বিবাহৰ যোগ ৷ বিবাহিত জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

মীন ৰাশি : দিনটো শুভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ গ্ৰহৰ স্থান শুভ ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ যোগ ৷ স্বাস্থ্যৰ উন্নতি ৷

Last Updated : Sep 8, 2021, 6:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.