ETV Bharat / state

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বোমা বিষ্ফোৰণ - সাঁপেখাতী

মঙলবাৰে পুৱতি নিশা চৰাইদেউৰ সমীপৰ সাপেখাতীত সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত ঘটনাস্থলীত সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সংঘটিত বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ৷

চৰাইদেউ
বোমা বিষ্ফোৰণ
author img

By

Published : Jan 21, 2020, 9:49 AM IST

চৰাইদেউ,21 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মঙলবাৰে চৰাইদেউৰ সোণাৰিৰ সমীপৰ সাপেখাতীত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ সাপেখাতী চাৰিআলিৰ সমীপত পুৱতি নিশা সংঘটিত এই বিস্ফোৰণৰ ফলত সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ ৷ ঐতিহাসিক ধোদৰ আলিৰ নিকটৱৰ্তী বিস্ফোৰণস্থলীত ততালিকে উপস্থিত হয় সেনা,আৰক্ষী ৷

বোমা বিষ্ফোৰণ

স্থানীয় ব্যৱসায়ী কানু পালৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত বিস্ফোৰণৰ ফলত অঞ্চলটোত স্বাভাৱিকতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ৷ সেনা-আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওকঃঅস্ত্ৰ এৰি মূল সূঁতিলৈ আহিব এনডিএফবি (এছ)

Intro:Body:-চৰাইদেউৰ জিলাৰ সোণাৰিৰ সাপেখাতীত ভয়ংকৰ বোমা বিস্ফোৰণ ৷ সাপেখাতী চাৰিআলিৰ সমীপত পুৱতি নিশা সংঘটিত হল এই ঘটনা ৷ বিস্ফোৰণৰ ফলত সৃষ্টি হল ঐতিহাসিক ধোদৰ আলিৰ কাষতে প্ৰকাণ্ড গাঁতৰ ৷ঘটনাস্হলিত উপস্থিত
হয় সেনা আৰক্ষী৷ গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত সাপেখাতী চাৰিআলিস্হিত নিৱাসী কানু পালৰ ব্যৱসায়ীক দোকানৰ সন্মুখত সংঘটিত কৰা এই ভয়ংকৰ বোমা বিস্ফোৰনে স্বাভাৱিকতে আতংকিত পৰিবেশৰ সৃষ্টি হয়৷ এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই কাৰ্যৰ দায়িত্ব স্বীকাৰ কৰা নাই৷সেনা আৰক্ষীৰ তদন্ত অব্যাহত।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.