- ৰাজ্যত পুনৰ পোহৰলৈ আহিছে নাবালিকাক নিৰ্যাতনৰ ঘটনা (Sexual assault of minor in Sonari)
- সোণাৰিত সংঘটিত হৈছে নাবালিকাক নিৰ্যাতনৰ ঘটনা (Molestation of minor)
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ বিৰুদ্ধে এগৰাকী নাবালিকাক নিৰ্যাতনৰ অভিযোগ
- নিজৰ আত্মীয়ৰ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ’ল নেতাজন (AJYCP leader arrested in Sonari)
- নেতাজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক চাজু বৰা
- সোণাৰি আৰক্ষীয়ে ইতিমধ্যেই ১৯৩/২২ নম্বৰত গোচৰ ৰুজু কৰিছে চাজু বৰাৰ বিৰুদ্ধে
- ভাৰতীয় দণ্ড বিধি ৩৫৪(এ),আৰ ডব্লিউ চেকশ্যন ৮ পক'শ্ব আইনৰ অধীনত পঞ্জীয়ন হৈছে গোচৰ
- যুৱ ছাত্ৰ নেতা চাজু বৰাক এই আইনৰ অধীনত জেললৈ নিক্ষেপ কৰা হৈছে