ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ জন্ম-জয়ন্তী পালন

author img

By

Published : Jun 14, 2019, 3:39 AM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে কলাক্ষেত্ৰলৈ ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ পালন কৰা হৈছে শ্ৰীশ্ৰী বদলা পদ্ম আতা 473 তম্​ জন্ম জয়ন্তী ৷

etv bharat

পাঞ্জাৱাৰী, 14 জুন: মহানগৰীৰ পঞ্জাৱাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ 473 তম্​ জন্ম জয়ন্তী ৷ বদলা আতাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই সাংস্কৃতিক সমাৰোহলৈ আগমন ঘটিছে অগণন ভক্তপ্ৰাণ লোকৰ ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ জন্ম-জয়ন্তী পালন

অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য-গীত, মুখা শিল্পৰ প্ৰদর্শনৰ লগতে বিভিন্ন আলোকচিত্ৰ প্ৰদর্শনীৰে ওখল মাখল হৈ পৰিছে কলাক্ষেত্ৰৰ পৰিৱেশ ৷

Intro:শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ 473 তম জন্ম জয়ন্তী উপলক্ষে সাংস্কৃতিক সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। তিনিদিনয়া কাৰ্যসূচীৰে আয়োজন কৰা সাংস্কৃতিক সমাৰোহ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বদলা আতা ৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই সমাৰোহত সত্ৰীয়া সংস্কৃতিৰ পৰিবেশ বিৰাজ কৰিছে। উখল মাখল এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বাকৰি।

Body:আজিৰে পৰা আৰম্ভ হোৱা সাংস্কৃতিক সমাৰোহত অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য গীতৰ লগতে মুকা শিল্পৰ প্ৰদর্শন , বিভিন্ন ছবিৰ দর্শন ব্যৱস্থা কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল অহাৰ লগতে উপস্থিত আছে। বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকল।অহা 15 জুনলৈ ভক্ত সকলে সাংস্কৃতিক সমাৰোহত অংশ গ্ৰহণ কৰাৰ লগতে দেখিবলৈ পাব সত্ৰীয়া সংস্কৃতিৰ এক প্ৰয়োভৰ সমাহাৰ।

Conclusion:visual send by mojo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.