ETV Bharat / state

গ্ৰাহকক সজাগৰ উদ্দেশ্যে বাটৰ নাট - বাটৰ নাট

ঠগ প্ৰৱঞ্চনা তথা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ওলাই আহি গ্ৰাহকক সজাগ কৰাৰ লক্ষ্যৰে গ্ৰাহক অধিকাৰ সংস্থাৰ বাটৰ নাট প্ৰদৰ্শন

গ্ৰাহকক সজাগৰ উদ্দেশ্যে বাটৰ নাট
author img

By

Published : Jun 22, 2019, 4:21 PM IST

গুৱাহাটী, 22 জুনঃ প্ৰৱঞ্চনাৰ মুখামুখী হ'লে গ্ৰাহকৰ হৈ মাত মাতিবলৈ ওলাই আহিছে এটা সংগঠন ৷ ঠগ প্ৰৱঞ্চনাৰ বিৰুদ্ধে বিশেষ প্ৰয়াস লৈছে সংস্থাটোৱে ৷ গ্ৰাহকক বিভিন্ন সময়ত ঠগ প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰি আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷ এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে গ্ৰাহকক সজাগ তথা সহায় কৰাৰ মহান উদ্দেশ্য আগত ৰাখিয়েই গ্ৰাহক অধিকাৰ সংস্থাই হাতত লৈছে এক বিশেষ কাৰ্যসূচী ৷

গ্ৰাহকক সজাগৰ উদ্দেশ্যে বাটৰ নাট

মহানগৰীৰ গণেশগুৰি, হাতীগাঁৱত বাটৰ নাট প্ৰদৰ্শন কৰি গ্ৰাহকক ঠগ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সজাগ কৰাৰ বিশেষ প্ৰয়াস সংস্থাটোৰ ৷ লগতে গ্ৰাহকসকলে এনে ধৰণৰ প্ৰৱঞ্চনাৰ সন্মুখীন হ'লে এই সংস্থাটোৰ লগত যোগাযোগ কৰিবলৈও আহ্বান জনাই সংস্থাটোৱে ৷

লগতে পঢ়কঃ বটদ্ৰৱাত মাহী মাকৰ দাৰ ঘাপত আহত পুত্ৰ

আপুনি গ্ৰাহক হিচাপে কৰবাত ঠগ খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আপুনি সজাগ হওক ৷ এনে ঠগ প্ৰৱঞ্চনাৰ বিৰুদ্ধে আপুনি সজোৰে মাত মাতক ৷ তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই গ্ৰাহক অধিকাৰ সংস্থাই হাতত লৈচে এক কাৰ্যসুচী ৷ গ্ৰাহকক সজাগ কৰাৰ বাবে মহানগৰীৰ গনেশগুৰি, হাতীগাঁৱত এক বাতৰ নাট প্ৰদৰ্শন কৰে ৷ এই বাটৰ নাটৰ জৰিয়তে গ্ৰাহক সকলক সজাগ কৰিবৰ চেষ্টা কৰিছে সংস্থাটোৱে ৷ লগতে গ্ৰাহকসকলে এনে সমস্যাৰ সন্মুখীন হলে এই সংস্থাটোৰ লগত যোগাযোগ কৰিব পাৰে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.