ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ তৰুণ গগৈৰ

কংগ্ৰেছৰ লগত এ আই ইউ ডি এফ ৰ সম্পৰ্কক ৰাজনৈতিক ষড়যন্ত্ৰৰ আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

author img

By

Published : Mar 30, 2019, 4:19 PM IST

etv bharat

আজাৰা, 30 মাৰ্চ: প্ৰাৰ্থিত্ব আগবঢ়োৱা উত্তৰ পূৰ্বাঞ্চলৰ 14 খন আসনকে লৈ আশাবাদী এনপিপি ৰ মূৰব্বী নেতা কনৰাড চাংমা ৷ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে প্ৰকাশ কৰে এনপিপি ৰ মূৰব্বী নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

ইয়াৰ লগতে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ বিৰোধীৰ বিৰুদ্ধে সমালোচনা মুখৰ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণগগৈ ৷ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ বিৰোধীয়ে কৰা কটাক্ষৰ প্ৰত্যুত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাষ্য, ‘‘বিজেপি আৰু এ আই ইউ ডি এফ ৰ মাজত পাৰ্থক্য নাই ৷ এ আই ইউ ডি এফৰ আদৰ্শ যদি মুছলমান সাম্প্ৰদায়িকতা তেনেহ’লে বিজেপিৰো আদৰ্শ হিন্দু সাম্প্ৰদায়িকতা ৷ দুয়োটা দলৰে আদৰ্শ একেই ৷’’ লগতে কয় যে, ‘‘বিজেপিয়ে এ আই ইউ ডি এফক সমালোচনা কৰাৰো নৈতিক অধিকাৰ নাই ৷ বিজেপিয়ে, এ আই ইউ ডি এফ যিমান শক্তিশালী হয় সিমানেই সন্তুষ্ট হ’ব ৷ কংগ্ৰেছ দলে কেতিয়াও সাম্প্ৰদায়িকতাবাদক বিশ্বাস নকৰে ৷ কংগ্ৰেছৰ লগত AIUDFৰ কোনো সম্পৰ্ক নাই এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰহে । সেইবাবেই আমি সকলোতে শক্তিশালী প্ৰাৰ্থী দিছো । আমি দেশৰ চকীদাৰ নিবিছাৰো ভাল প্ৰধানমন্ত্ৰী বিচাৰো ।

বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ তৰুন গগৈৰ

লগতে, ৰে’লৰ ব্যৱহৃত কাপত মোডীৰ ফটো আৰু চকীদাৰলিখি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ কাৰ্যকো তীব্ৰ কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণগগৈ ।

Slug:-A_Kam_Airport_Meghalya_CM_811-_vis+bite_Ajay_Das

গুৱাহাটীত উপস্থিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । আটাইকেইখন আসনতেই ভাল ফলাফল আশা

Ocvo..গুৱাহাটীত উপস্থিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে কনৰাড চাংমাই NPPদলে উত্তৰ-পুৰ্বাঞ্চলৰ বাবে ১৪ খন আসনৰ বাবে চেষ্টা কৰি থকা বুলি জনায় লগতে আটাইকেইখন আসনতে NPP দল ভাল ফলাফল আশা কৰা বুলি জনায় । আনহাতে মণিপুৰৰ বাবেও NPP দলে কাম কৰি থকা বুলি জনায় বৰঝাৰ বিমানবন্দৰত ।

Bite... Meghalaya CM Conrad Sanghma

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.