ETV Bharat / state

মহানগৰীত পানীৰ সমস্যা সমাধান হ’বনে ? - water

মহানগৰীত পানীৰ নাটনি কোনো নতুন কথা নহয় ৷ গ্ৰীষ্ম কাল অহাৰ লগে লগে অধিক পানীৰ প্ৰয়োজন হ’ব যদিও চৰকাৰৰ উপযুক্ত আঁচনি তথা পানী যোগানৰ অভাৱত দৈনিক লাখ লাখ লিটাৰ পানী ক্ৰয় কৰিবলগা হয় মহানগৰবাসীয়ে ৷

গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানীৰ নাটনি
author img

By

Published : Apr 28, 2019, 9:17 PM IST

গুৱাহাটী, 28 এপ্ৰিল: গুৱাহাটী মহানগৰীত পানী যোগান ধৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্য চৰকাৰ । গুৱাহাটী মহানগৰীত বসবাস কৰা লোকৰ অনুপাতে পানী যোগানত বিফল চৰকাৰ । গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানী আৱশ্যক হয়, কিন্তু পানী যোগান ধৰাত ব্যৰ্থ চৰকাৰ । মহানগৰবাসীয়ে প্ৰতিদিনে লাখ লাখ লিটাৰ পানী ক্ৰয় কৰিবলগীয়া হৈছে ।

গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানীৰ নাটনি

লগতে পঢ়ক: নতুন অসমীয়া বোলছবি উল্কাৰ সংগীত মুকলি

গ্ৰীষ্মকাল অহা লগে লগে পানীৰ প্ৰয়োজন অধিক হ’ব, কিন্তু গুৱাহাটী মহানগৰীত পানীৰ নাটনি । অসম চৰকাৰে পাৰিবনে গুৱাহাটী মহানগৰীৰ পানীৰ নাটনিৰ সমস্যা সমাধান কৰিবলৈ, এইয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

Intro:
গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানীৰ নাটনি।

Body:গুৱাহাটী মহানগৰীত পানী যোগান ধৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্য চৰকাৰ। গুৱাহাটী মহানগৰীত বসবাস কৰা লোকৰ অনুপাতে পানী যোগানত বিফল চৰকাৰ। কিয়নো গুৱাহাটী মহানগৰীত প্ৰতিদিনে লাখ লাখ লিটাৰ পানী, কিন্তু পানী যোগান ধৰাত ব্যৰ্থ চৰকাৰ। মহানাগৰ বাসীয়ে প্ৰতিদিনে লাখ লাখ লিটাৰ পানী ক্ৰয় কৰিবলগীয়া হৈছে।।
গ্ৰীষ্মকাল পৰাৰ লগে লগে পানীৰ প্ৰয়োজন অধিক, কিন্তু
গুৱাহাটী মহানগৰীত পানীৰ নাটনি। অসম চৰকাৰে পৰিবনে গুৱাহাটী মহানগৰীৰ পানীৰ নাটনিৰ সমস্যা সমাধান কৰিবলৈ, এইয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Byte

Conclusion:Asrar Ansari and Palkav Bora
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.