ETV Bharat / state

প্ৰথম বিবাহ বাৰ্ষিকীতে মৃত্যুক সাৱটিলে শিক্ষয়িত্ৰীয়ে

author img

By

Published : Mar 6, 2019, 10:08 PM IST

চাৰিচকীয়া বাহনে পাছফালৰ পৰা খুন্দিয়াৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা

darrang

দৰং, 6 মাৰ্চঃ দৰঙৰ বেছিমাৰীত শোঁকাৱহ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত দলগাঁও নগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উষাৰাণী দাস৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ পৰা গুৱাহাটী অভিমুখী AS-O1-AG-O611 নম্বৰৰ তীব্ৰ বেগী চাৰিচকীয়া বাহনে নাম্বাৰ প্লেট বিহীন স্কুটি আৰোহী উষাৰাণী দাস আৰু স্বামী ডালিম মেধীক পাছফালৰ পৰা খুন্দা মাৰে ৷ যাৰ ফলত থিতাতে নিহত হয় উষাৰাণী আৰু গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয় ডালিম মেধী ৷ আঘাটপ্ৰাপ্ত ডালিম মেধীক স্থানীয় ৰাইজে ততাতৈয়াকৈ ভৰ্তি কৰায় খাৰুপেটীয়া চিকিৎসালয়ত ৷

উল্লেখ্য যে, নিহত শিক্ষয়িত্ৰী উষাৰাণী দাস আৰু ডালিম মেধীৰ বুধবাৰে বিবাহৰ এবছৰ সম্পূৰ্ণ হোৱা বাবেই বিদ্যালয়ত বিবাহ বাৰ্ষিকীৰ বাবে প্ৰীতিভোজৰ আয়োজন কৰি ওদালগুৰিৰ নিজ ঘৰলৈ যোৱা পথতে এই শোঁকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৷

Slug= A_DARRANG_6MAR_802_ACCIDENT.                               
                          【ftp】

##বেছিমাৰীত পথ দুৰ্ঘটনাত নিহত টেট শিক্ষয়িত্ৰী

## নিহত শিক্ষয়িত্ৰী গৰাকী দলগাও নগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ।

Anchor: - 
দৰঙৰ  বেছিমাৰীত  সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী টেট শিক্ষয়িত্ৰী নিহত হোৱাখৱৰে অঞ্চলজুৰি শোকৰ ছাঁহ পৰিছে৷ নিহত শিক্ষয়িত্ৰী গৰাকী দলগাও নগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী উষাৰানী দাস বুলি জানিব পৰা গৈছে ৷ শিক্ষয়িত্ৰী গৰাকীয়ে বিবাহৰ এবছৰ সম্পূৰ্ন কৰা উপলক্ষে আজি স্বামী ডালিম মেধিৰ সৈতে একেলগে বিদ্যালয়ত আহি বিদালয়ত মেৰিজ ডে পাৰ্টি দি ওদালগুৰি নিজ ঘৰলৈ এখন নম্বৰ প্লেট বিহীন স্কুটিৰে গৈ থাকোতে বেছিমাৰী তেল ডিপুৰ সমীপত ১৫ নং ৰাষ্টিয় ঘাই পথত তেজপুৰৰ পৰা গুৱাহাটী অভিমূখী এএছ - ০১ এ জি ০৬১১ নম্বৰৰ এখন তীব্ৰ বেগী সৰু চাৰী  চকীয়া গাড়ীয়ে খুন্দা মাৰে  ফলত শিক্ষয়িত্ৰী গৰাকী থিতাতে নিহত হয় আৰু চালকৰ আসনত থকা  স্বামী ডালিম মেধী গুৰুত্বৰ ভাবে আহত হয় ৷আহত, নিহত দুয়োকে খাৰুপেটীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত প্ৰাথমিক শিক্ষক সন্মিলনিৰ দৰং জিলাৰ সভাপতি গাজিউল হকে গভীৰ শোক প্ৰকাশ কৰে।
                         ====
দেবব্ৰত গোস্বামী :দৰং
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.