ETV Bharat / state

শেষ টোপাল তেজ থকালৈকে যুজঁ দিব বিজেপিয়েঃ ৰূপম গোস্বামী

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল ৷ সংবাদমেলত মমতাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষক আক্ৰমণৰ কথা উল্লেখ মুখপাত্ৰগৰাকীৰ

author img

By

Published : May 8, 2019, 10:09 PM IST

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল
  • ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল
  • পশ্চিমবংগত সংঘটিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা বিজেপিৰ মুখপাত্ৰগৰাকীৰ
  • সংবাদমেলত মমতাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ বিজেপি সভাপতি দিলীপ ঘোষক আক্ৰমণৰ কথা উল্লেখ
  • গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত শেষ টোপাল তেজ থকালৈকে যুজঁ দিব বিজেপিয়েঃ ৰূপম গোস্বামী
  • পৰাজয়ৰ ভয়তে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে
  • সংবাদমেলত কংগ্ৰেছকো সমালোচনা মুখপাত্ৰগৰাকীৰ
  • নিৰ্বাচনত পৰাজয়ৰ ভয়তেই কংগ্ৰেছে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ মুখপাত্ৰগৰাকীৰ

Intro:বুধবাৰে ৰাজ্যক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীয়ে এখনি সংবাদমেল সম্বোধন কৰে । পশ্চিমবঙ্গত সংঘটিত হোৱা ঘটনা অসম ৰাজ্যক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে । পশ্চিমবঙ্গত মমতাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য খনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষক হত্যাৰ চেষ্টা চলাইছিল । এয়া গ্ৰহণ যোগ্য নহয় । গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত পিজেপিয়ে শেষ টোপাল তেজ থকাৰ লৈকে যুজঁ দিব । আনহাতে মুখপাত্ৰ গৰাকীয়ে সংবাদমেলত কংগ্ৰেছকো সমালোচনা । লোকসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয় চিকাৰ কৰিব নোৱাৰি মিঠাচাৰৰ সহায় লৈছে । বিজেপিয়ে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই । বিজেপিয়ে নৰৰূপী নাৰায়ণক সৰ্বোচ্চ স্থান দিয়াৰ বিপৰীতে কংগ্ৰেছে নোটক উপাসনা কৰে ।

Body:বুধবাৰে ৰাজ্যক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীয়ে এখনি সংবাদমেল সম্বোধন কৰে । পশ্চিমবঙ্গত সংঘটিত হোৱা ঘটনা অসম ৰাজ্যক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে । পশ্চিমবঙ্গত মমতাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য খনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষক হত্যাৰ চেষ্টা চলাইছিল । এয়া গ্ৰহণ যোগ্য নহয় । গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত পিজেপিয়ে শেষ টোপাল তেজ থকাৰ লৈকে যুজঁ দিব । আনহাতে মুখপাত্ৰ গৰাকীয়ে সংবাদমেলত কংগ্ৰেছকো সমালোচনা । লোকসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয় চিকাৰ কৰিব নোৱাৰি মিঠাচাৰৰ সহায় লৈছে । বিজেপিয়ে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই । বিজেপিয়ে নৰৰূপী নাৰায়ণক সৰ্বোচ্চ স্থান দিয়াৰ বিপৰীতে কংগ্ৰেছে নোটক উপাসনা কৰে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.