কাছাৰ, ১০ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত দেওবাৰে উত্তাল হ'ল শিলচৰ। শিলচৰৰ মধুৰাপুলত খিলঞ্জীয়া ঐক্য মঞ্চই মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
শিলচৰত মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত - প্ৰতিবাদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ
শিলচৰ প্ৰতিবাদ
কাছাৰ, ১০ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত দেওবাৰে উত্তাল হ'ল শিলচৰ। শিলচৰৰ মধুৰাপুলত খিলঞ্জীয়া ঐক্য মঞ্চই মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
News Silchar
নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলৰ দাবিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত শিলচৰত ও প্ৰতিবাদ অব্যাহত ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবিত আজি শিলচৰ মধুৰাপুলত খিলিঞ্জিয়া ঐক্য মঞ্চৰ মস্তক মুণ্ডন ৷ CAB বিৰুদ্ধী এ প্ৰতিবাদীত মস্তক মুণ্ডন কৰে বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ১৫ জন খিলিঞ্জিয়া যুবকে ৷ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা ও দাহ কৰে ৷ খিলিঞ্জিয়া ঐক্য মঞ্চৰ আহ্বানত এ মস্তক মুণ্ডন কাৰ্যসূচী আয়োজন কৰা হয় ৷ জয় আই অসম আৰু চৰকাৰ বিৰুদ্ধী ধ্বনি দিয়ি তেওঁ লোকে কয় এ বিল তেওঁ লোকে কেতিয়াও গৃহিত হব নিদিয়ে , লাগিলে মস্তক মুণ্ডন নয় মস্তক বিসৰ্জনৰ বাবে তেওঁ লোক সাজু আছে কিন্তু জাতি ধ্বংসী এ বিল কেতিয়াও গৃহিত হব নিদিও বলি হুংকাৰ দে প্ৰতিবাদী খিলিঞ্জিয়া যুবক সকলে ৷