ETV Bharat / state

পুলৱামা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ - পুলৱামা

জোৰ সমদল বাহিৰ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

nagaon protest
author img

By

Published : Feb 16, 2019, 12:23 AM IST

nagaon protest
নগাঁও, ১৫ ফেব্ৰুৱাৰীঃ পাকিস্তান মূর্দাবাদ ধ্বনিৰে উত্তাল নগাঁও। কাশ্মীৰৰ পুলৱামা সংঘটিত উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । সন্ধিয়া সময়ত জোৰ সমদল বাহিৰ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পুলৱামাত শ্বহীদ হোৱা চিআৰপিএফ জোৱানসকলক।
undefined

Intro:পাকিস্তান মূর্দাবাদ ধ্বনিৰে উত্তাল নগাঁও। কাশ্মীৰৰ ভয়াবহ ঘটনাত শ্বহীদ চি আৰ পি এফ জোৱাক শ্ৰদ্ধাঞ্জলি।

Body:কাশ্মীৰত বৃহস্পতিবাৰে পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠনে চলোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে নগাঁৱত সাব্যস্ত হয় প্ৰতিবাদ। পাকিস্তান মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে নগাওঁ চহৰ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সন্ধিয়া হাতে হাতে জোৰ লৈ সমদল কৰে। লগতে শ্বহীদ জুৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জোৰ সমদলৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। কাশ্মীৰত সংঘটিত কৰা ঘটনাক পাকিস্তানৰ কাপুৰুষালি আখ্যা দি এনে ঘটনা কোনো কাৰণত সহ্য কৰা নহব বুলি সকীয়াই দিয়ে বিজেপি বিধায়ক ৰূপক শৰ্মাই।
bite.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.