ETV Bharat / state

সন্মুখত ঈদঃ মহানগৰীৰ বজাৰত ভিৰ - ফাঁচী বজাৰত গ্ৰাহকৰ ভিৰ

প্ৰতিখন ফল-মূলৰ দোকানত গ্ৰাহকে ফলমূল ক্ৰয়ৰ বাবে ভিৰ কৰাৰ লগতে এইবাৰ মহানগৰীৰ বজাৰ দখল কৰিছে কলকাতা, বিহাৰ, বাৰাণসীৰ সুস্বাদু চেৱৈয়ে ৷

পবিত্ৰ ঈদ উপলক্ষে ৰাজ্যৰ বজাৰত গ্ৰাহকৰ ভিৰ
author img

By

Published : Jun 4, 2019, 7:24 PM IST

গুৱাহাটী, 4 জুন : ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী ৷ আকাশত ন - জোন প্ৰত্যক্ষ কৰাৰ পাছতে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ ৷ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ-উছাহ ৷ প্ৰতিখন ফল-মূলৰ দোকানত গ্ৰাহকে ফলমূল ক্ৰয়ৰ বাবে ভিৰ কৰাৰ লগতে এইবাৰ মহানগৰীৰ বজাৰ দখল কৰিছে কলকাতা, বিহাৰ, বাৰাণসীৰ সুস্বাদু চেৱৈয়ে ৷

পবিত্ৰ ঈদ উপলক্ষে ৰাজ্যৰ বজাৰত গ্ৰাহকৰ ভিৰ

ইয়াৰোপৰি, পবিত্ৰ ঈদ উপলক্ষে ফাঁচী বজাৰত দেখা পোৱা গ'ল গ্ৰাহকৰ ভিৰ ৷ নিজৰ পছন্দৰ কাপোৰ তথা জোতা - চেণ্ডেল ক্ৰয়ৰ বাবে ফাঁচী বজাৰত দেখা পোৱা গ'ল ব্যাপক ব্যস্ততা ৷

Intro:ফেন্সি বজাৰত পবিত্ৰ ঈদ উপলক্ষে গ্ৰাহকৰ ভীৰ । নিজৰ পছন্দৰ সামগ্ৰী কিনিবলৈ সদাব্যস্ত ফেন্সি বজাৰত দেখা গল গ্ৰাহসকলক। কোনোৱে যদি কাপোৰ কিনিছে কোনোৱে আকৌ চেণ্ডেল যোৰকেই পিন্ধি চাইছে। মুঠতে মনৰ।পছন্দৰ সামগ্ৰীৰ সন্ধানত যেন গোটেই ফেন্সি বজাৰ খন চলাথ কৰিছে সকলোৱে। কাৰণ ঈদলৈ মাথো আৰু এটা দিন বাকী। তাৰ আগতেই ঘৰৰ বজাৰ কৰি শেষ হোৱাৰ কৰিব লাগিব।গ্ৰাহকক আকৰ্ষণ কৰিবলৈও যেন বিক্রেতা সকলে কোনো ক্ৰুটি ৰখা নাই। ভিন্ন ৰংৰ কাপোৰ আৰু বিভিন্ন সমগ্ৰীৰে উপচাই পেলাইছে ফেন্সি বজাৰ।

Body:ফেন্সি বজাৰৰ গ্ৰাহকক সোধা হল মনৰ পছন্দৰ সামগ্ৰী কিনিবলৈ পাইছে নে নাই ফেন্সি বজাৰত
Bite :-গ্ৰাহক।
বজাৰৰ বাবে আটাইতকৈ সুবিধা জনক ঠাই ফেন্সি বজাৰকেই বুলি কলে গ্ৰাহক সকলে।
আনহাতে ফেন্সি বজাৰৰ বিক্রেতা সকল কিছু অসন্তুষ্ট ফেন্সি বজাৰৰ বৰ্তমান পৰিস্থিতক লৈ। GMC য়ে বজাৰ বহুৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি থোৱাৰ বাবে তেওঁলোকে নিজৰ।সুবিধা অনুযায়ী দোকান বঢ়াব নোৱাৰে যাৰ ফলত কোনো কোনো বিক্রেতাৰ বিক্ৰী ভাল হোৱা নাই বুলি জানিবলৈ দিলে তেওঁলোকে ।
Bite:-বিক্রেতা।
তেওঁলোকৰ মাথো আশাঈদ ৰ বজাৰ কৰিবলৈ গ্ৰাহক আহক আৰু গ্ৰাহকৰ প্ৰয়োজন অনুসাৰে বজাৰ কৰক তেওঁলোকে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.