ETV Bharat / state

পাইপ লাইন ফাটি আৱতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত - GMDA

পানীত ডুব গ'ল গুৱাহাটী আদাবাৰীৰ ঘাইপথ । GMDA ৰ পানী যোগান আঁচনিৰ পাইপ লাইন ফাটি বানপানীৰ সৃষ্টি হয় অঞ্চলটোত ৷

পাইপ লাইন ফাটি আবতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত
author img

By

Published : Apr 16, 2019, 10:03 PM IST

গুৱাহাটী, 16 এপ্ৰিলঃ মহানগৰীৰ আদাবাৰীত অভাৱনীয় ঘটনা ৷ এক আঁঠু পানীত ডুব গ'ল আদাবাৰীৰ ঘাইপথ । GMDAৰ পানী যোগান আঁচনিৰ পাইপ লাইন ফাটি বানপানীৰ সৃষ্টি হয় অঞ্চলটোত । পাইপৰ বিসংগতিৰ বাবে সৃষ্টি হয় এই অভাৱনীয় পৰিস্থিতিৰ । এই ঘটনাক লৈ হুৱাদুৱা লাগে অঞ্চলটোত । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত ।

পাইপ লাইন ফাটি আবতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত

গুৱাহাটী, 16 এপ্ৰিলঃ মহানগৰীৰ আদাবাৰীত অভাৱনীয় ঘটনা ৷ এক আঁঠু পানীত ডুব গ'ল আদাবাৰীৰ ঘাইপথ । GMDAৰ পানী যোগান আঁচনিৰ পাইপ লাইন ফাটি বানপানীৰ সৃষ্টি হয় অঞ্চলটোত । পাইপৰ বিসংগতিৰ বাবে সৃষ্টি হয় এই অভাৱনীয় পৰিস্থিতিৰ । এই ঘটনাক লৈ হুৱাদুৱা লাগে অঞ্চলটোত । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত ।

পাইপ লাইন ফাটি আবতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত
Slug: A_GHY_16APR_801_ADABARI PIPE CRACK_HIRUL HAQUE

মহানগৰীৰ আদাবাৰীত আবতৰীয়া বানপানী। এআঠু পানীত ডুব গ'ল আদাবাৰীৰ ঘাইপথ। দৰাচলতে GMDAৰ পানী যোগান আচনিৰ পাইপ ফুটি বানপানীৰ সৃষ্টি হয় অঞ্চলটোত। পাইপৰ বিসংগতিৰ বাবে সৃষ্টি হয় এই অভাৱনীয় পৰিস্থিতিৰ। এই ঘটনাৰ বাবে হুৱাদুৱা লাগে অঞ্চলটোত। ইফালে এই আৱতৰীয়া বানপানীত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে পাৰ্কিঙৰ বাইকৰ ওপৰেৰে বৈ যায় পানী। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত। আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষক খবৰ দিছে স্থানীয় ৰাইজে।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.