ETV Bharat / state

ক্ৰমাগতভাৱে বৃদ্ধি পেট্ৰ’পণ্যৰ মূল্য

author img

By

Published : May 26, 2019, 10:37 AM IST

গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পে'ট্ৰলৰ দাম ০.১৪ টকাকৈ বৃদ্ধি পাই ৭১.১৭ টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ দাম ০.০৭ টকাকৈ বৃদ্ধি পাই ৬৭.১১ টকা হ'লগৈ ।

বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী, 26 মে': ৰাজ্যত পুনৰ বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তিনিদিন পাছতেই পেট্ৰ’লত ০.৪৪ টকা আৰু ডিজেলত ০.৩৭ টকাকৈ বৃদ্ধি পাইছে ।

বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পে'ট্ৰ’লৰ দাম ০.১৪ টকাকৈ বৃদ্ধি পাই ৭১.১৭ টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ দাম ০.০৭ টকাকৈ বৃদ্ধি পাই ৬৭.১১ টকা হ'লগৈ ।

Intro:লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত আজি তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। বিগত তিনি দিনত পেট্ৰলত ৪৪ পইচা আৰু ডিজেলত ৩৭ পইচাকৈ বৃদ্ধি পালে।

Body:গুৱাহাটীত আজিও বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। গুৱাহাটীৰত আজি প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭১.১৭ ( 71.17) টকা। ১৪ পইছাকৈ বৃদ্ধি পালে প্ৰট্ৰলৰ মূল্য। ৬৭.১১ (67.11) টকাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম ০৭ পইছাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.