ETV Bharat / state

স্বামীৰ পলায়নঃ পাণ্ডুত সন্তান প্ৰসৱৰ পাছতেই প্ৰসূতিৰ মৃত্যু

চিকিৎসা চলি থকা অৱস্থাতে পূজা মুৰ্মু নামৰ প্ৰসূতিগৰাকীক চিকিৎসালয়তে এৰি পলায়ন কৰে স্বামী ইতিপাং চোৰেনে ৷ দেওবাৰে পুৱা ৫ বজাত সন্তান প্ৰসৱৰ পাচতেই মৃত্যু হয় মাতৃগৰাকীৰ ৷

পাণ্ডুত সন্তান প্ৰসৱৰ পিছতেই প্ৰসূতিৰ মৃত্যু
author img

By

Published : May 26, 2019, 6:13 PM IST

গুৱাহাটী,26 মে': দেওবাৰে মহানগৰীৰ পাণ্ডু হৰিজন কলনীত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ সন্তান প্ৰসৱৰ পাছতেই মৃত্যু হয় পূজা মুৰ্মু নামৰ এগৰাকী মহিলাৰ ৷ উল্লেখ্য যে যোৱা ১২ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক ৷ কিন্তু চিকিৎসা চলি থকা অৱস্থাতে প্ৰসূতিগৰাকীক চিকিৎসালয়তে এৰি পলায়ন কৰে স্বামী ইতিপাং চোৰেণে৷ আনহাতে অসহায় মহিলাগৰাকীয়েও শুকুৰবাৰে চিকিৎসালয়ৰ পৰা পাণ্ডুস্থিত ঘৰলৈ গুচি আহে ।

পাণ্ডুত সন্তান প্ৰসৱৰ পিছতেই প্ৰসূতিৰ মৃত্যু

দুৰ্ভাগ্যবশতঃ দেওবাৰে পুৱা ৫ বজাত সন্তান প্ৰসৱৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে মহিলাগৰাকী আৰু চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যুক সাৱটি লয় পূজা মুৰ্মুৱে । পিচত জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই চাইল্ড লাইনক গতাই দিয়ে ।

Intro:দেওবাৰে মহানগৰীৰ পাণ্ডু হৰিজন কলনীত এক শোকাৱহ ঘটনা সংঘটিত হয়। সন্তান প্ৰসৱৰ পাছতেই প্ৰসূতিৰ মৃত্যু হয়। পূজা মূৰমূ নামৰ মহিলাগৰাকীক যোৱা ১২ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত চিকিৎসাৰ চলি থকা অৱস্থাত মহিলাক চিকিৎসালয়তে এৰি স্বামী ইতিপাং চোৰেন পলায় যায়। পিছত অসহায় মহিলাগৰাকীও শুকুৰবাৰে চিকিৎসালয়ৰ পৰা পাণ্ডুস্থিত ঘৰলৈ গুচি আহে। আজি পুৱা ৫বজাত সন্তান প্ৰসৱৰ পাছতে গুৰুতৰভাৱে মহিলাগৰাকী অসুস্থ হৈ পৰে। চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হয়। পিছত জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দেৱশিশুটি স্বাস্থ্য পৰীক্ষা কৰোৱাই চাইল্ড লাইনক গটাই দিয়ে। চাইল্ড লাইনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি পৰিয়াল কোনো লোকে দেৱ শিশুটিক লালন পালন কৰিব বিচাৰিলে অৰ্পণ কৰিব।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.