ETV Bharat / state

লখৰাত কামৰূপ জিলা পৰিবহন বিভাগৰ অভিযান - etv bharat

জব্দ তিনিখন ট্ৰাক, 44 খনক বিহিলে জৰিমনা

etv bharat
author img

By

Published : Apr 4, 2019, 5:37 AM IST

গুৱাহাটী, 4 এপ্ৰিল: মহানগৰীৰ ৰাজপথত নিশা কামৰূপ জিলা পৰিবহন বিভাগৰ অভিযান৷ যান-বাহন আইন উলংঘাকাৰী একাংশ বাহনৰ চালকক নাকী লগোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহন বিভাগে ৷

লখৰাত কামৰূপ জিলা পৰিবহন বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীৰ লখৰাত অত্যাধিক সামগ্ৰী পৰিবাহী, উচ্চ ক্ষমতা সম্পন্ন নাম্বাৰ প্লেট বিহীন বাহন আৰু কোনো ধৰণৰ নথি-পত্ৰ নথকা বাহনৰ বিৰুদ্ধে অভিযান চলালে কামৰূপ জিলা পৰিবহন বিভাগে৷ লখৰাৰ 37 নং ৰাষ্ঠ্ৰীয় ঘাইপথত চলোৱা এই অভিযানত পৰিবহন বিভাগে জব্দ কৰে 3 খনকৈ অধিক বোজাই ভৰ্তি ট্ৰাক ৷ এই তিনিখন ট্ৰাকৰ ভিতৰত আছে 2 খন কয়লা ভৰ্তি ট্ৰাকৰ লগতে এখন চিমেণ্ট কঢ়িওৱা ট্ৰাক৷

আনহাতে, এই অভিযানকালত মুঠ 44খন ট্ৰাকক জৰিমনা বিহে কামৰূপ জিলা পৰিবহন বিভাগে৷ অত্যাধিক বোজাই ভৰ্তি বাহনৰ বিৰুদ্ধে এনেদৰে নিয়মীয়াকৈ অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ৷

Slug: A_GHY_4APR_801_NIGHT TRANSPORT OPERATION_HIRUL

নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লখৰাত কামৰূপ জিলা পৰিবহন বিভাগৰ অভিযান। অত্যাধিক সামগ্ৰী কঢ়িওৱা, উচ্চ ক্ষমতা সম্পন্ন নাম্বাৰ প্লেট নোহোৱা, নথি-পত্ৰ নোহোৱা ট্ৰাকৰ বিৰুদ্ধে চলিল এই অভিযান। অভিযানত জব্দ অত্যাধিক সামগ্ৰী কঢ়িওৱা ৩খনকৈ ট্ৰাক। ইয়াৰ ভিতৰত দুখন কয়লা কঢ়িওৱা আৰু এখন চিমেন্ট কঢ়িওৱা ট্ৰাক। ইফালে এই অভিযানৰ সময়চোৱাত মুঠ ৪৪খন ট্ৰাকক জৰিমনা বিহিলে জিলা পৰিৱহণ বিভাগে। এনেদৰেই নিয়মীয়াকৈ অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.