মৰিগাওঁ, ১১ ফেব্ৰুৱাৰীঃৰাজ্যত মঙলবাৰ পৰা আৰম্ভ হ'ব দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষা। ছাত্র জীৱনৰ আটাইতকৈ মূল্যবান এই পৰীক্ষাৰ বাবে সাজু হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী। পিছে মৰিগাঁও ব্যক্তিগত খণ্ডৰ শংকৰদেৱ একাডেমীৰ ১৫জন শিক্ষাৰ্থীয়ে সোমবাৰ তথা পৰীক্ষাৰ আগদিনালৈ নাপালে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। যাৰ বাবে শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল।
মৰিগাঁৱত পৰীক্ষাৰ আগদিনালৈ শিক্ষাৰ্থীয়ে নাপালে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ - শংকৰদেৱ একাডেমী
শংকৰদেৱ একাডেমীৰ ১৫জন শিক্ষাৰ্থী বঞ্চিত পৰীক্ষা প্ৰৱেশ পত্ৰ লাভৰ পৰা
admit card
মৰিগাওঁ, ১১ ফেব্ৰুৱাৰীঃৰাজ্যত মঙলবাৰ পৰা আৰম্ভ হ'ব দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষা। ছাত্র জীৱনৰ আটাইতকৈ মূল্যবান এই পৰীক্ষাৰ বাবে সাজু হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী। পিছে মৰিগাঁও ব্যক্তিগত খণ্ডৰ শংকৰদেৱ একাডেমীৰ ১৫জন শিক্ষাৰ্থীয়ে সোমবাৰ তথা পৰীক্ষাৰ আগদিনালৈ নাপালে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। যাৰ বাবে শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল।
Intro:কাইলৈ পৰা আৰম্ভ হব উচ্চতৰ মাধ্যমিক ৰ শেষান্ত পৰীক্ষা। ৰাজ্যৰ লক্ষ লক্ষ শিক্ষাৰ্থী পৰীক্ষাৰ বাবে সাজু হোৱা ৰ বিপৰীতে মৰিগাঁৱত ১৫ প্ৰাৰ্থীৰ নাহিল এডমিট কাৰ্ড।
Body:ৰাজ্যত কাইলৈ পৰা আৰম্ভ হব দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষা। ছাত্র জীৱনৰ আটাইতকৈ মূল্য ৱান এই পৰীক্ষাৰ বাবে সাজু ৰাজ্য ৰ লক্ষ লক্ষ শিক্ষৰ্থী। পিছে মৰিগাঁও ব্যক্তিগত খণ্ডৰ শংকৰদেৱৰ একাডেমী ৰ ১৫শিক্ষাৰ্থীয়ে আগদিনা ও নাপালে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। সেয়ে হাহাকাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ।সোমবাৰে বিয়লি লৈকে অপ্ৰেক্ষা কৰাৰ পাছত উপায়ন্ত হৈ কাষ চাপে জিলা উপায়ুক্তৰ। বিয়লি ভাগত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু উপায়ুক্তৰ নেতৃত্বত বঞ্চিত ছাত্ৰ ছাত্ৰী সকলৰ পঞ্জীয়ন পত্ৰ লৈ বৰ্ড অফ ছেকেণ্ডাৰিৰ কাযলয়ত যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াই।
এই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শংকৰদেৱৰ একাডেমি খনৰ বিৰুদ্ধে জিলা প্ৰশাসনে কি ব্যৱস্হা লয় সেয়া হব লক্ষণীয়।byte:students,gaurdient
Conclusion:ratul deka,etc Bharat.morigaon