ETV Bharat / state

এন আৰ চিৰ সন্দৰ্ভত কি ক'লে লুৰিণ জ্যোতি গগৈয়ে

author img

By

Published : May 31, 2019, 11:27 PM IST

সদৌ অসম ছাত্ৰ সন্থাই এন আৰ চি উন্নীতকৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এখন হস্তক্ষেপ আবেদন পত্ৰ ৷

এন আৰ চিৰ সন্দৰ্ভত কি ক'লে আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে
  • এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে সময়সীমা ধাৰ্য কৰি দিছে
  • বৰ্তমান দাবী আৰু আপত্তিৰ কাম কাজ চলি আছে
  • নাগৰিকপঞ্জীৰ পৰা প্ৰায় 40 লাখ লোকৰ নাম কৰ্তন হৈছিল
  • ইয়াৰে 37 লাখ লোকে দাবী পত্ৰ পূৰণ কৰিছে
  • ক্ৰুটিহীন আৰু বিদেশী মুক্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাটো সকলোৰে দায়িত্ব
  • অবৈধ বিদেশীৰ নাম কোনোপধ্যে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব
  • ডিটেনচন কেম্পত থকা ব্যক্তিসকলক চৰ্ত সাপেক্ষে এৰি দিয়াৰ বাবে প্ৰশাসন সাজু হৈছে
  • সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই বিষয়ত এখন হস্তক্ষেপ আবেদন পত্ৰ দাখিল কৰিছে
  • অসম চুক্তিৰ মৰ্মে বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগে
  • বিদেশী হিচাপে চিনাক্ত হোৱা সন্ধানহীন লোকসকলক শীঘ্ৰে কৰায়ত্ত কৰিব লাগে
  • দাবী পত্ৰ পূৰণ নকৰা তিনি লাখ বিদেশী নাগৰিককো শীঘ্ৰে কৰায়ত্ত কৰিব লাগে

Intro:এন আৰ চিৰ সন্দৰ্ভত কি কলে আছুৰ সাধাৰণ সম্পাদক লোৰিন জ্যোতি গৈগৈয়ে।

Body: এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হবৰ বাবে উচ্চতম ন্যায়ালয়ে সময় সীমা ধাৰ্য কৰি দিছে।
দাবী আৰু আপত্তি ৰ কাৰ্য চলি আছে।
দাবী জনোৱা ব্যক্তি 37 লক্ষ অতিক্ৰম কৰিছে।
বিদেশী মুক্ত নাগৰিক পঞ্জী এতিয়া সকলোৰে দায়িত্ব।
অবৈধ বিদেশী কোনো পধ্যে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব নাম।
দিতেনচন কেম্প ত থকা ব্যক্তি সকলক চৰ্ত সাপেক্ষে এৰি দিবৰ বাবে সাজু হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত এই বিষয় লৈ এখন হস্ত ক্ষেপ আবেদন দাখিল কৰিছে।
অসম চুক্তিৰ মতে বিদেশী বহিষ্কাৰ হব লাগে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.