ETV Bharat / state

মহানগৰীত চুলাই বিৰোধী অভিযান

শনিবাৰে মহানগৰীৰ ভূতনাথ,কালীপুৰত চলিল আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান

author img

By

Published : Mar 16, 2019, 6:58 PM IST

চুলাই বিৰোধী অভিযান

গুৱাহাটী, 16 মাৰ্চঃ মহানগৰীত অব্যাহত আছে চুলাই বিৰোধী অভিযান । শনিবাৰেমহানগৰীৰ ভূতনাথ,কালীপুৰত চলিল আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান ।এই অভিযানতআবকাৰী বিভাগে নষ্ট কৰে প্ৰায় এশ লিটাৰ চুলাই । আনহাতে, নিয়মীয়াকৈ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আবকাৰী বিভাগে । লগতেমহানগৰীৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অবৈধভাৱে চুলাইৰ ঘাটি চলি থকা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰু যোৰহাটত চুলাই পান কৰি মৃত্যু হৈছিল ডেৰ শতাধিক লোক ৷ তাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুলাই বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সাধৰণ জনতাই ৷

চুলাই অভিযান

Slug: A_GHY_15MAR_801_EXCISE OPERATION_HIRUL HAQUE

মহানগৰীত অব্যাহত আছে চুলাই বিৰোধী অভিযান।

মহানগৰীৰ ভূতনাথ , কালীপুৰত চলিল এই অভিযান।

অভিযানত নষ্ট কৰে প্ৰায় এশ লিটাৰ চুলাই।

নিয়মীয়াকৈ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলিব বুলি কয় আবকাৰী বিভাগে। 

মহানগৰীৰ বিভিন্ন অঞ্চলত এতিয়াও অবৈধ ভাৱে চলি আছে চুলাইৰ ঘাটি।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.