ETV Bharat / state

নিৰ্বাচনৰ বাবে তৎপৰ মহানগৰ জিলা প্ৰশাসন; ছ'চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ থাকিব মিডিয়া মনিটৰিং কোষৰ

সংবাদ মাধ্যম তথা ছ'চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ থাকিব মিডিয়া মনিটৰিং কোষৰ ৷ মহানগৰীৰ জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্তই পুনৰ সতৰ্ক কৰি দিলে মিডিয়া মনিটৰিং কোষৰ বিষয়াসকলক ৷

etv bharat
author img

By

Published : Apr 1, 2019, 11:25 PM IST

কামৰূপ, 1 এপ্ৰিল:আগন্তুক লোকসভা নিৰ্বাচন বাবে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসনসমূহ ৷ সোমবাৰে কামৰূপতো জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া বিশ্বজিৎ পেগুৱে মহানগৰীৰ আৱৰ্ত ভৱনত স্থাপিত মিডিয়া মনিটৰিং কোষ পৰিদৰ্শন কৰে ৷ কোষটো পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ লগত জড়িত বিষয়াসকলক পুনৰ বাৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাবোৰ বিস্তাৰিত ৰূপত বুজায় দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ লগতে, ছপা তথা বৈদ্যুতিক মাধ্যমৰ লগতে চ'ছিয়েল মিডিয়াটো তীক্ষ্ন নজৰ দিবলৈও সতৰ্ক কৰি দিয়ে মিডিয়া মনিটৰিং কোষৰ বিষয়াসকলক ৷

etv bharat
আগন্তক নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে মহানগৰী জিলা প্ৰশাসন

Slug: DC meeting with media cell

আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে বিশেষ তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। সোমবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিশ্বজিৎ পেগুৱে মহানগৰীৰ আৱৰ্ত ভৱনত স্থাপিত মিডিয়া মনিটৰিং কোষ পৰিদৰ্শন কৰে। এই কোষটোৰ লগত জড়িত বিষয়াসকলক নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাৰ কৰা বিস্তাৰিতভাৱে বুজাই জিলা উপায়ুক্তগৰাকীয়ে। তাৰোপৰি ছপা, বৈদ্যুতিন মাধ্যমৰ লগতে চ'ছিয়েল মিডিয়াটো তীক্ষ্ণ নজৰ দি থাকিবলৈ সতৰ্ক কৰি দিয়ে মিডিয়া মনিটৰিং কোষৰ বিষয়াসকলক।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.