ETV Bharat / state

উত্তৰ-পূবত নেৰানেপেৰা বৰষুণঃ তিনিতৰপীয়া সতৰ্কতা জাৰী - Regional Meteorological Center Guwahati

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জাৰী কৰিছে ৰেড এলাৰ্ট ৷ আগন্তুক পাঁচ দিনৰ বাবে আজিৰে পৰা সংস্থাই এইদৰে জাৰী কৰিছে সতৰ্কতা ৷

প্ৰতিনিধিত্বমুলক ছবি
author img

By

Published : Jul 9, 2019, 10:40 PM IST

গুৱাহাটী, 9 জুলাইঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক পাঁচদিন অব্য়াহত থাকিব ধাৰাষাৰ বৰষুণ ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য প্ৰদান কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জাৰী কৰিছে ৰেড এলাৰ্ট ৷

উত্তৰ-পূবত নেৰানেপেৰা বৰষুণঃ তিনিতৰপীয়া সতৰ্কতা জাৰী

অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহত আগন্তুক পাঁচদিনলৈ জাৰী কৰা হৈছে তিনিতৰপীয়া সতৰ্কতা ৷ অসমৰ কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাত অহা 10 জুলাইত ৰেড এলাৰ্ট জাৰী কৰাৰ লগতে ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা, ওদালগুৰি, কাৰ্বি আংলং, বিশ্বনাথ, ধেমাজি, চৰাইদেউ, লখিমপুৰ, তিনিচুকীয়া আৰু ডিমা হাচঙত জাৰী কৰা হৈছে হালধীয়া সতৰ্কতা ৷ আনহাতে অসমক বাদ দি বাকীসমূহ ৰাজ্যত জাৰী কৰিছে কমলাৰঙী সতৰ্কতা ৷

Intro:অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ নেৰানেপেৰা বৰষুণ ! ৰঙা সতৰ্কতা জাৰি বতৰ বিজ্ঞানৰ ।Body:Ocvo..ৰাজ্যত এইবাৰ ৫ দিনলৈ চলিব নেৰানেপেৰা বৰষুণ । অসমৰ লগতে চুবুৰীয়া ৰাজ্য সমুহত আগন্তুক ৫টা দিনলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা । আজিৰ পৰা ৫ দিনলৈ জাৰি কৰা হৈছে সতৰ্কতা । অসমৰ প্ৰায় সমুহ ঠাইত ধাৰাষাৰ বৰষুণৰ সম্ভাৱণা আছে বুলি ব্যক্ত কৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই । ইয়াকে লৈ গঢ়ি তুলা হৈছে ৩ তৰপীয়া সতৰ্কতা । হালধীয়া,কমলা আৰু ৰঙাৰঙী সতৰ্কতা জাৰি কৰা হৈছে অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত । ১০ জুলাইত ৰাজ্যৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত ৰঙাৰঙী সতৰ্কতা জাৰি কৰি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱণা আছে,ইয়াৰ সমান্তৰালভাৱে বাক্সা জিলাত কমলাৰঙী সতৰ্কতা জাৰি কৰি ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱণা আছে লগতে ধুবুৰী,বঙাইগাও,নলবাৰী, বৰপেটা,ওদালগুৰি,কাৰ্বি আংলং,বিশ্বনাথ,ধেমাজি,চৰাইদেউ,লক্ষিমপুৰ,তিনিচুকীয়া আৰু ডিমা হাছংকত মুষলধাৰ বৰষুণৰ বাবে গঢ়ি তোলা হৈছে হালধীয়াৰঙী সতৰ্কতা । আনহাতে ১১ জুলাইটো ৰাজ্যৰ বাক্সা জিলাত ৰঙা ৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞানে । উল্লেখ্য যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই কেৱল অসমতহে জাৰি কৰিছে ৰঙাৰঙী সতৰ্কতা । আনহাতে উত্তৰ-পুৰ্বাঞ্চলৰ বাকী ৰাজ্যতো জাৰি কৰা হৈছে কমলাৰঙী সতৰ্কতা । Conclusion:এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Bite..বতৰ বিজ্ঞানী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.