- বুধবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
- পুৱা 9 বজাত প্ৰকাশ পাব ফলাফল
- দিনৰ 11 বজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বিট
- পৰীক্ষাত অৱৰ্তীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা ছেৱাৰ অধ্যক্ষ সুৰঞ্জনা সেনাপতিৰ
- তলত দিয়া ৱেবচাইট যোগে লাভ কৰিব পাৰিব ফলাফল - sebaonline.org ; resultsassam.nic.in ; www.examresults.net ; www.examresults.net/assam/ ; www.indiaresults.com ; exametc.com ; iresults.net ; yesresult.com ; www.result.shiksha ; www.assam.shiksha ; www.assamonline.in ; assamjobalerts.com আৰু assamresult.in
কাইলৈ ঘোষিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল... কেনেকৈ চাব পৰীক্ষাৰ ফলাফল ? - হাইমাদ্ৰাছা পৰীক্ষা
13 বেৱছাইট যোগে প্ৰকাশ কৰা হ’ব পৰীক্ষাৰ ফলাফল
কেনেকৈ চাব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ?
- বুধবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
- পুৱা 9 বজাত প্ৰকাশ পাব ফলাফল
- দিনৰ 11 বজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বিট
- পৰীক্ষাত অৱৰ্তীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা ছেৱাৰ অধ্যক্ষ সুৰঞ্জনা সেনাপতিৰ
- তলত দিয়া ৱেবচাইট যোগে লাভ কৰিব পাৰিব ফলাফল - sebaonline.org ; resultsassam.nic.in ; www.examresults.net ; www.examresults.net/assam/ ; www.indiaresults.com ; exametc.com ; iresults.net ; yesresult.com ; www.result.shiksha ; www.assam.shiksha ; www.assamonline.in ; assamjobalerts.com আৰু assamresult.in
Intro: কাইলৈ ঘোষিত হব মেট্ৰিক পৰীক্ষাৰ ফলাফল। ঘোষণা হব লগা পৰীক্ষাত অৱৰ্তীৰ্ণ সকলো পৰীক্ষাথী শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অভিভাৱক সকলকো শুভকামনা চেবাৰ প্ৰথম গৰাকী মহিলা secretary সুৰঞ্জনা সেনাপতিৰ।
Body:কাইলৈ 9 বজাত ৱেব ছাইট যোগে সকলোৱে ৰিজাল্ট পাবলৈ সক্ষম হোৱাৰ লগতে 11 বজাত প্ৰতিখন স্কুলত পৰীক্ষৰ ৰিজাল্ট পাব লৈ মাৰ্ক চিট পাবলৈ সক্ষম হব সকলো পৰীক্ষাৰ্থী য়ে। ৰিজাল্টৰ সকলো যাৱতীয় কাম কাজ সম্পূৰ্ণ হোৱাৰ লগতে ৱেবচাইটৰ সকলো লিংক সম্পূৰ্ণ নিৰীক্ষণ কৰাৰ কথা কলে সুৰঞ্জনা সেনাপতিয়ে।
Conclusion: