ৰাজ্যৰ দল-সংগঠনলৈ হীৰেন গোহাঁইৰ শুভেচ্ছা - citizenship amendment bill
NRC ক লৈ মন্তব্য গোহাঁইৰ
hiren gohai press meet
Intro:হীৰেন গোহাঁইৰ সংবাদমেল নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাক লৈ।
Body: সকলো দল সংগঠনক শুভেচ্ছা হীৰেন গোহাঁইৰ। অনাগত দিনত NRC ক লৈ কিছু অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে অসমৰ জনগণ সজাগ হব লাগিব।
মনজিৎ মহন্তই কংগ্ৰেছক লৈ মুকলিকৈ কথা কলে। কংগ্ৰেছ দলক পোনপটীয়াকৈ প্ৰসংশা কৰাৰ লগতে অনাগত দিনত bjp চৰকাৰক এসেকা দিবৰ বাবে অসমৰ জনসাধাৰণক আহ্বান।
হীৰেন গোহাঁইৰ অখিল গগৈ আৰু মনজিৎ মহন্ত ৰ ওপৰত লাগি থকা দেশদ্ৰোহীতাৰ যি গোচৰ আছিল ন্যায়ালয়ে দোষমুক্ত কৰা হৈছে বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।
Conclusion: