ETV Bharat / state

GNRC ৰ পঞ্চম বার্ষিক প্ৰতিষ্ঠা দিৱস - প্ৰতিষ্ঠা দিৱস

পাঁচ বছৰত ৬ লাখ লোকক সেৱা প্রদান

author img

By

Published : Feb 13, 2019, 10:23 PM IST

কামৰূপ, ১৩ ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটী GNRC ৰ পঞ্চম বার্ষিকি প্ৰতিষ্ঠা দিৱস উদযাপন। পাঁচ বছৰত GNRC চিকিৎসালয় তৰফৰ পৰা ৬ লাখ লোকক সেৱা প্রদান। অনুষ্ঠানত GNRCৰ কাৰ্যাবাহি বিষয়া ডঃ মাধুৰ্য বৰাকে ধৰি কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক উপস্থিত থাকে। আনহাতে, প্ৰথম ২৪ ঘণ্টা ৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ জৰিয়তে প্ৰায় ৩০ হাজাৰ লোক উপকৃত হোৱা বুলি সং বাদ মেলত সদৰী কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।
undefined

Intro:উত্তৰ গুৱাহাটী GNRC ৰ পঞ্চম বর্ষক প্ৰতিষ্ঠা দিৱস উদযাপন।পাঁচ বছৰত GNRC মেডিকেলৰ দ্বাৰা ৬ লাখ লোকক সেৱা প্রদান। উত্ত অনুষ্ঠানত উপস্থিত থাকে GNRCৰ কাৰ্যাবহি বিষয়া ডঃ মাধুয বৰা চিকিৎসা অধি‌ক্ষক ডঃ মনোজ আগৰৱালাৰ লগতে কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক ।ব্যয়সাধ স্বাস্থ্য অভিয়ানৰ জডিয়তে অধিক লোকক সামৰি লোৱাৰ লক্ষ্য। উত্তৰ পূৰ্বাঞ্চলত ১০ নিযুতত কৈ অধিক লোক ব্যয়সাধব্য আৰু উচ্চ মান বিষষ্ট চিকিসা সেৱাৰ পৰা বঞ্চিত।প্ৰথম 24 ঘণ্টা ৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ জৰিয়তে প্ৰায় ৩০ হাজাৰ লোক উপকৃত হোৱা বুলি সং বাদ মেলত সদৰী কৰে ।

Body:।

Conclusion:।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.